প্ৰতিদান (চলচ্চিত্ৰ)

প্ৰতিদান
পৰিচালক দাৰা আহমেদ
ৰচনা প্ৰমোদ বৰুৱা
চিত্ৰনাট্য প্ৰমোদ বৰুৱা
কাহিনী প্ৰমোদ বৰুৱা
প্ৰযোজক প্ৰমোদ বৰুৱা
অভিনয়ত ব্ৰজেন বৰা
বিদ্যা ৰাও
প্ৰাঞ্জল শইকীয়া
ৰিমঝিম বৰুৱা
(তলত চাওক)
চিত্ৰগ্ৰহণকাৰী বিজয় আনন্দ চাব্ৰেৱাল (মুম্বাই)
সম্পাদনা এ.সঞ্জিৱী (চেন্নাই)
সংগীত পৰিচালক ভূপেন উজীৰ
প্ৰযোজনা
কোম্পানীসমূহ
প্ৰসাদ ফিল্ম লেবৰটৰী (চেন্নাই)
জ্যোতি চিত্ৰবন (গুৱাহাটী)
পৰিবেশক ব্ৰজৰঙ্গ ফিল্মচ, গুৱাহাটী
মুক্তি
১১ ডিচেম্বৰ, ১৯৮৭
দেশ ভাৰত
ভাষা অসমীয়া

প্ৰতিদান ১৯৮৭ চনত মুক্তি লাভ কৰা এখন ৰঙীণ অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰৰ কাহিনী আৰু চিত্ৰনাট্য প্ৰমোদ বৰুৱাৰ। পৰিচালনা দাৰা আহমেদৰ। মুম্বাইৰ কেমেৰামেন বিজয় আনন্দ চাব্ৰেৱাল এই ছবিৰ চিত্ৰগ্ৰহণকাৰী আছিল। অভিনয়ত আছিল নিপন গোস্বামী, বিদ্যা ৰাও, ব্ৰজেন বৰা, প্ৰাঞ্জল শইকীয়া আদি। এই ছবি মুক্তি পোৱাৰ পিছত ৰাইজৰ বিপুল সহাৰি পাইছিল।সেই সময়ত গুৱাহাটীৰ কেবাটাও ছবিঘৰত এই ছবি পূৰ্ণপ্ৰেক্ষাগৃহ দৰ্শকৰে চলিছিল।

অভিনয়ত

কলা-কুশলী

(তথ্যপেৰাত উল্লেখ নথকা)

  • সহকাৰী পৰিচালক: জয়ন্ত নাথ, দ্বিজেন মহন্ত আৰু প্ৰাঞ্জলপ্ৰতিম নেওগ।
  • শব্দযন্ত্ৰী: অনিল তালুকদাৰ, যতীন শৰ্মা, নাজু।
  • ৰূপসজ্জা: বংশী দাস।

তথ্যসূত্ৰ