ডব্লিউ থ্ৰী স্কুলচ্

ডব্লিউ থ্ৰী স্কুলচ্‌
Type of site
ৱেব ডেভেলপমেণ্ট প’ৰটেল
Available in বহুভাষিক
Owner ৰেফচ্‌নেচ্‌ ডাটা
Created by ৰেফচ্‌নেচ্‌ ডাটা
URL www.w3schools.com
Commercial ব্যৱসায়িক
Registration ইণ্টাৰনেট ফোৰাম
Launched ১৯৯৮
Current status সক্ৰিয়

ডব্লিউ থ্ৰী স্কুলচ্‌ (ইংৰাজী: W3Schools) হ’ল ৱেবছাইটৰ কৌশল বা তথ্যপ্ৰযুক্তিসমূহ শিকোৱাৰ এখন অনলাইন ৱেবছাইট। ইয়াত শিকিব পৰা বিভিন্নধৰণৰ সংযোজিত তথ্যসমূহ হ’ল- এইচ টি এম এল, চি এছ এছ, JavaScript, JSON, PHP, পাইথন, AngularJS, React.js, SQL, Bootstrap, Sass, Node.js, jQuery, XQuery, AJAX, XML, Raspberry Pi, চি++, C# আৰু জাভা.[2]

১৯৯৮ চনত নিৰ্মিত এই ডব্লিউ থ্ৰী স্কুলচ্‌ৰ নামটি লোৱা হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা। কিন্তু ই ৱৰ্ল্ড ৱাইড ৱেবৰ দ্বাৰা অনুমোদিত নহয়। এই ৱেবছাইটটো নৰৱেৰ 'ৰেফচ্‌নেচ্‌ ডাটা'ই চলায়।[3] ইয়াত চেষ্টা কৰিবলৈ দিয়া ডাটাসমূহ শিকাৰু তথা ন-শিকাৰুসকলে সহজে সম্পাদনা কৰিব পাৰে আৰু চেণ্ডবক্সত নিষ্পত্তি কৰিব পাৰে।

তথ্য সংগ্ৰহ

  1. "W3schools.com Site Info". এলেক্সা ইণ্টাৰনেট. Archived from the original on 2022-04-19. https://web.archive.org/web/20220419011442/https://www.alexa.com/siteinfo/w3schools.com#trafficstatsm। আহৰণ কৰা হৈছে: 2020-04-24. 
  2. ডাটা, ৰেফচ্‌নেচ্‌. "ডব্লিউ থ্ৰী স্কুলচ্‌". এলেক্সা ইণ্টাৰনেটডব্লিউ থ্ৰী স্কুলচ্‌. https://www.w3schools.com। আহৰণ কৰা হৈছে: May 22, 2020. 
  3. ডাটা, ৰেফচ্‌নেচ্‌. "ডব্লিউ থ্ৰী স্কুলচ্‌ৰ বিষয়ে". এলেক্সা ইণ্টাৰনেটডব্লিউ থ্ৰী স্কুলচ্‌. https://www.w3schools.com/about/। আহৰণ কৰা হৈছে: May 22, 2020. 

বাহ্যিক সংযোগ