চি++ সৃষ্টিৰ সময়
১৯৮৫; ৪০ বছৰ আগতে (1985 ) সৃষ্টিকৰ্তা
বিজাৰনে ষ্ট্ৰৌষ্ট্ৰাপ বিকাশক
ISO/IEC JTC1 (Joint Technical Committee 1) / SC22 (Subcommittee 22) / WG21 (Working Group 21) Stable release
C++17 (ISO/IEC 14882:2017) (১ ডিচেম্বৰ ২০১৭; ৭ বছৰ আগত (2017-12-01 ) ) Preview release
C++20 Typing discipline
Static , nominative , partially inferred Major implementations
GCC , LLVM Clang , Microsoft Visual C++ , Embarcadero C++Builder , Intel C++ Compiler , IBM XL C++ , EDG Influenced by
Ada ,[ 1] ALGOL 68 , C , CLU ,[ 1] ML , Mesa ,[ 1] Modula-2 ,[ 1] Simula , Smalltalk [ 1] Influenced
Ada 95 , C# ,[ 2] C99 , Chapel ,[ 3] Clojure ,[ 4] D , Java ,[ 5] JS++ ,[ 6] Lua , Nim ,[ 7] Perl , PHP , Python ,[ 8] Rust , Seed7 অপাৰেটিং চিষ্টেম
Most major ফাইল এক্সটেঞ্চন
.C, .cc, .cpp, .cxx, .c++ , .h, .hh, .hpp, .hxx, .h++ পৰিয়াল
চি C++ Programming at Wikibooks
চি++ (ইংৰাজী : C++ ) হ’ল এটি অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং (OOP) ভাষা।[ 9] ১৯৮০ চনত ডেনিচ কম্পিউটাৰ বিজ্ঞানী বিজাৰনে ষ্ট্ৰৌষ্ট্ৰাপ (Bjarne Stroustrup) -য়ে যুক্তৰাষ্ট্ৰৰ 'এ টি এণ্ড টি বেল লেৱৰ’টৰি'ত চি++ বিকাশ কৰে চি প্ৰগ্ৰামিং ভাষা ৰ বিস্তাৰিত ৰূপৰ আধাৰত।[ 10] ইয়াক এক মধ্যস্তৰীয় ভাষা বুলি জনা যায়, কাৰণ ই উচ্চস্তৰ আৰু নিম্নস্তৰৰ ভাষাৰ সুবিধাৰ এক সংযোজন।
চি++ ত ব্যৱহাৰ হোৱা সংখ্যা, আখৰ, আৰু বিশেষ চিহ্নসমূহ-
আখৰ : A-Z, a-z
সংখ্যা : 0-9
বিশেষ চিহ্ন: স্পেচ (space) + - * / ^ \ ( ) { } =! = < > ' " $ ,; : %! &? _ # <= => @
White spaces : Horizontal tab (→), blank space, Carriage return Newline, Form feed.
মান নিৰ্ধাৰণ
১৯৯৬ চনত ষ্টকহোমত হোৱা চি++ ষ্টেণ্ডাৰ্ড কমিটিৰ বৈঠকৰ দৃশ্য
চন
চি++ ষ্টেণ্ডাৰ্ড
ইনফৰমেল নেম
১৯৯৮
ISO/IEC 14882:1998[ 11]
C++98
২০০৩
ISO/IEC 14882:2003[ 12]
C++03
২০১১
ISO/IEC 14882:2011[ 13]
C++11 , C++0x
২০১৪
ISO/IEC 14882:2014[ 14]
C++14 , C++1y
২০১৭
ISO/IEC 14882:2017[ 15]
C++17 , C++1z
২০২০
to be determined
C++20 , C++2a
চি++ ৰ এটা আৰ্হি
#include <iostream>
using namespace std ;
int main ()
{
cout << "Hello Wikipedia" << endl ;
cin . get ();
}
সাধাৰণ ডাটা টাইপ
প্ৰতিটো প্ৰগ্ৰামত এটা নিৰ্দিষ্ট অনুক্ৰমৰ কিছুমান ডাটায়ে অপাৰেশনসমূহৰ এটা চেট নিৰ্দিষ্ট কৰে। যিহওক, ডাটা বিভিন্ন ধৰণৰ হ’ব পাৰে৷ যেনে- এটি সংখ্যা, এটি আখৰ, বুলিয়ান মান (Boolean Value) ইত্যাদি৷ চি++ য়ে প্ৰচুৰ পৰিমাণে ডাটা টাইপ সমৰ্থন কৰে। চি++ ৰ দ্বাৰা সমৰ্থিত বিল্ট ইন বা সাধাৰণ ডাটা টাইপসমূহ হ’ল- ইণ্টেজাৰ, ফ্লটিং পইণ্ট আৰু কেৰেক্টাৰ টাইপ৷
ইণ্টেজাৰ টাইপ (Integer type; int)
ফ্লটিং পইণ্ট টাইপ (Floating point type; float)
কেৰেক্টাৰ টাইপ (Character type; char)
টোকেনসমূহ
Keyboard
Identifiers
Literals
Punctuators
Operators
লগতে চাওক
অবজেক্ট অৰিয়েণ্টেড প্ৰগ্ৰামিং
চি প্ৰগ্ৰামিং ভাষা
ডব্লিউ থ্ৰী স্কুলচ্
বিজাৰনে ষ্ট্ৰৌষ্ট্ৰাপ
ৱৰ্ল্ড ৱাইড ৱেব
ৱেবছাইট
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
W3schools.com
Educba.com