ঙুল্ট্ৰুম
|
|
ISO 4217 ক’ড
|
BTN
|
ব্যৱহাৰকাৰী
|
ভূটান (ভাৰতীয় টকাৰ সৈতে)
|
মুদ্ৰাস্ফীতি
|
5.2%
|
উৎস
|
Royal Monetary Authority of Bhutan, 2015 est.
|
বিনিময় হাৰ
|
ভাৰতীয় টকা সৈতে সমান
|
উপ একক
|
|
১/১০০
|
চেৰ্টামে
|
চিহ্ন
|
Nu.
|
চেৰ্টামে
|
Ch.
|
ধাতব মুদ্ৰা
|
|
Freq. used
|
Ch.20, Ch.25, Ch.50, Nu.1.
|
Rarely used
|
Ch.5, Ch.10
|
কাগজী মুদ্ৰা
|
Nu.1, Nu.5, Nu.10, Nu.20, Nu.50, Nu.100, Nu.500, Nu.1000[1][2]
|
ঙুল্ট্ৰুম (/əŋˈɡʌltrəm/[3]; ISO 4217 code: BTN) (Dzongkha: དངུལ་ཀྲམ) ১৯৭৪ৰ পাছৰ ভূটানৰ মুদ্ৰা। এশ চেৰ্টামে (১৯৭৯লৈকে ধাতুৰ মুদ্ৰাত চেৰ্টমছ হিচাপে লিখিত) ১ ঙুল্ট্ৰুম।
আন মুদ্ৰাৰ সৈতে মূল্য তুলনা
বুৰঞ্জী
১৯৭৪ চনত ঙুল্ট্ৰুম চিনাকি কৰা হয়, টকাৰ সলনি। এক ঙুল্ট্ৰুম এক ভাৰতীয় টকাৰ সমান আছিল।
১৯৬০ৰ দশকত ভাৰতে ভূটানক অৰ্থনৈতিক বিকাশত ভালেমান সহায় কৰিছিল। ঙুল্ট্ৰুমক কেৱল ভাৰতীয় টকাৰেহে সলাব পৰা যায়, আন মুদ্ৰাৰে সলাব পৰা নাযায়।
বেংকন'ট
জুন ২ ১৯৭৪ত ঙুল্ট্ৰুম ন'ট চিনাকি কৰা হৈছিল, ভূটানৰ ৰাজকীয় চৰকাৰৰ দ্বাৰা। প্ৰথমে ১, ৫ আৰু ১০ ঙুল্ট্ৰুম আৰু ১৯৭৮ত ২, ২০, ৫০ আৰু ১০০ ঙুল্ট্ৰুম ন'ট আগভোৱা হ'ল।[4] ১৯৮২ত ৰয়েল মনিটেৰি অথৰিটি অৱ ভূটান এক্টৰ পাছত ১৯৮৩লৈকে ৰয়েল মনিটেৰি অথৰিটিয়ে ন'ট প্ৰকাশ কৰা নাছিল। শেহতীয়াকৈ ২০০৬ চনত ১, ৫, ১০, ২০, ৫০, ১০০, ৫০০ আৰু ১০০০ ঙুল্ট্ৰুম ন'ট প্ৰকাশ কৰা হ'ল এই সংস্থাৰ দ্বাৰা।
Previous series [2]
|
Image
|
Value
|
Dimensions
|
Main Colour
|
Description
|
Obverse
|
Reverse
|
Obverse
|
Reverse
|
Watermark
|
|
|
Nu.1
|
114 x 62 mm
|
Blue
|
The Government crest, two dragons
|
Simtokha Dzong
|
"Royal Monetary Authority" in top and bottom margin
|
|
|
Nu.5
|
130 × 62 mm
|
Orange
|
The Government crest, two mythical bird (Bja Tshering) (the bird of long life)
|
Paro Rinpung Dzong
|
|
|
Nu.10
|
140 × 70 mm
|
Purple
|
The Government crest, Dungkar (conch) (one of the eight lucky signs), Jigme Singye Wangchuck
|
|
|
Nu.20
|
152 × 70 mm
|
Yellow-green
|
The Government crest, Khorlo (Wheel of Dharma, one of the eight auspicious signs), Jigme Dorji Wangchuck
|
Punakha Dzong
|
|
|
Nu.50
|
155 × 70 mm
|
Pink
|
Trongsa Dzong, two mythical birds Bja Tshering (bird of long life)
|
|
|
Nu.100
|
161 × 70 mm
|
Green
|
Norbu Rimpochhe (one of the seven auspicious gems), Jigme Singye Wangchuck
|
Tashichho Dzong
|
Crossed Dorji (Dorji jardrum)
|
Nu.500
|
160 × 70 mm
|
Red
|
Norbu Rimpochhe encircled by two Dragons (one of the seven auspicious gems), Ugyen Wangchuck
|
Punakha Dzong
|
For table standards, see the banknote specification table.
|
টোকা
তথ্য সংগ্ৰহ