ৱিকিপিডিয়া:Requests for permissions

ৰজামৈদাম যোৰহাটৰ এখন ছবি আপলড কৰিবৰ বাৰে মোৰ একাউন্টটো সক্ৰিয় কৰাৰ অনুৰোধ জনালো--Anupom sarmah (talk) 20:01, 19 এপ্ৰিল 2014 (UTC)

একাউন্ট সক্ৰিয় হ'বলৈ সাধাৰণতে ৪ দিন লাগে, কিন্তু আপোনাৰ আগ্ৰহ দেখি এতিয়াই কৰি দিলোঁ। চেষ্টা কৰি চাই পাৰিছেনে নাই জনাব। প্রভাকৰ শৰ্মা নেওগ (talk) 23:44, 19 এপ্ৰিল 2014 (UTC)

অশেষ ধন্যবাদ প্রভাকৰ শৰ্মা নেওগ। অসমীয়া উইকিপিডিয়া সদস্য হবলে পাই গৌৰৱবোধ কৰিচো।--Anupom sarmah (talk) 08:17, 20 এপ্ৰিল 2014 (UTC)

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia