ৰেণী বৰ্গিজ
ৰেণী মাৰিয়া বৰ্গিজ (Renee Maria Borges) (জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৫৯) এগৰাকী ভাৰতীয় জীৱবিজ্ঞানী (evolutionary biologist)৷ বৰ্তমান তেওঁ ভাৰতীয় জীৱবিজ্ঞান প্ৰতিষ্ঠানৰ ’চেন্টাৰ ফৰ ইক’ল’জিকেল চায়েন্সেছ’ বিভাগত অধ্যাপক ৰূপে কৰ্মৰত৷[1][2] তেওঁৰ জীৱন আৰু বৈজ্ঞানিক গৱেষণা সম্পৰ্কে ’ইণ্ডিয়া টুডে’ আলোচনীয়ে প্ৰকাশ কৰিছে ৷[3] বৰ্গিজৰ গৱেষণাৰ মূল বিষয় হ’ল জীৱৰ আচৰণ (behavioural and sensory ecology)৷ তাৰোপৰি তেওঁ সংৰক্ষণ জীৱবিজ্ঞান (conservation biology) আৰু বিজ্ঞানৰ ইতিহাস আৰু দৰ্শন সম্পৰ্কেও গৱেষণা কৰে৷ [4] শিক্ষাবৰ্গিজে ১৯৭৯ চনত মুম্বাইৰ চেইন্ট জেভিয়াৰ্ছ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ তেওঁ ১৯৮২ চনত বম্বে বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণী শৰীৰতত্ত্ব (animal physiology) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী পায়৷ তেওঁ পৰৱৰ্ত্তী কালত ফ্ল’ৰিডাৰ মায়ামি বিশ্ববিদ্যালয়ৰ পৰা "Resource heterogeneity and the foraging ecology of the Malabar Giant Squirrel, Ratufa indica" বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে৷[5] কৰ্মজীৱনবৰ্গিজে বৰ্তমানলৈকে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কাৰ্য্যনিৰ্বাহ কৰিছে৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য সমূহ হৈছে-
গৱেষণাBorges has contributed a chapter to the book Battles Over Nature: Science and the Politics of Conservation[7] as well as being cited in the Journal of Moral Theology.[8] interested in the evolutionary ecology of species interactions. We investigate the sensory biology of these interactions, especially their chemical and visual ecology. We integrate behavioural ecology at the organism level with mechanisms influencing such behaviour. Our major current interaction systems are: figs and fig wasps, ant–plant mutualisms, fungus-growing termites and pollination systems in the Western Ghats. We are engaged in fundamental research which can have valuable practical applications[9]. তেওঁ বৰ্তমানলৈকে এই বিষয়সমূহৰ ওপৰত শতাধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে৷[10] স্বীকৃতিBorges' contributions have been recognized in the following ways, Some of her appointments are:
তথ্যউৎস
|
Portal di Ensiklopedia Dunia