ৰাজদীপ ৰায় এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৭ ছেপ্টেম্বৰ, ১৯৭০ চনত অসমৰ শিলচৰ জন্মগ্ৰহণ কৰে। তেওঁ লোকসভা, অৰ্থাৎ নিম্ন সদনৰ সংসদ আছিল। অসমৰ শিলচৰ লোকসভা সমষ্টিৰ পৰা ২০১৯ ভাৰতীয় সাধাৰণ নিৰ্বাচনত নিৰ্বাচিত হয়। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।[1][2][3]