৬০তম ফিল্মফেয়াৰ বঁটা

৬০তম ফিল্মফেয়াৰ বঁটা
দিনাংক ৩১ জানুৱাৰী ২০১৫
স্থান য়শ ৰাজ ষ্টুডিঅ', মুম্বাই
আঁত ধৰোঁতা কৰণ জোহৰ
আলিয়া ভাট
কপিল শৰ্মা
মূল তথ্য
শ্ৰেষ্ঠ চলচ্চিত্ৰ কুঈন
সৰ্বাধিক বিজয় কুঈন (৬)
সৰ্বাধিক মনোনয়ন কুঈন (১৩)
দূৰদৰ্শনত সম্প্ৰচাৰ
নেটৱৰ্ক চ’নী
 < ৫৯তম ফিল্মফেয়াৰ বঁটা ৬১তম > 

২০১৪ চনৰ বলিউডৰ শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ৩১ জানুৱাৰী তাৰিখে মুম্বাইয়শ ৰাজ ষ্টুডিঅ'৬০তম ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটি আঁত ধৰে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ, অভিনেত্ৰী আলিয়া ভাট আৰু কৌতুক শিল্পী কপিল শৰ্মাই।[1][2]

মনোনয়ন

বিভিন্ন শিতানৰ ফিল্মফেয়াৰ বঁটাসমূহৰ বাবে ২০১৫ চনৰ ১৯ জানুৱাৰী তাৰিখে মনোনয়ন ঘোষণা কৰা হয়।[3]

বঁটাসমূহ

বিকাশ বাহ্‌ল, শ্ৰেষ্ঠ পৰিচালক
শ্বাহিদ কাপুৰ, শ্ৰেষ্ঠ অভিনেতা
কংগণা ৰাণাওট, শ্ৰেষ্ঠা অভিনেত্ৰী
কে কে মেনন, শ্ৰেষ্ঠ সহ অভিনেতা
টাবু, শ্ৰেষ্ঠা সহ অভিনেত্ৰী
ৰজত কাপুৰ, শ্ৰেষ্ঠ কাহিনী আৰু সমালোচকৰ শ্ৰেষ্ঠ পৰিচালক
সঞ্জয় মিশ্ৰ, সমালোচকৰ শ্ৰেষ্ঠ অভিনেতা
আলিয়া ভাট, সমালোচকৰ শ্ৰেষ্ঠা অভিনেত্ৰী
কামিনী কৌশল, জীৱনজোৰা সাধনাৰ বঁটা

বিজয়ীসকলক গাঢ় আখৰত দেখুওৱা হৈছে।

মূল বঁটাসমূহ

শ্ৰেষ্ঠ চলচ্চিত্ৰ শ্ৰেষ্ঠ পৰিচালক
শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠা অভিনেত্ৰী
শ্ৰেষ্ঠ সহ অভিনেতা শ্ৰেষ্ঠা সহ অভিনেত্ৰী
শ্ৰেষ্ঠ নৱাগত অভিনেতা শ্ৰেষ্ঠা নৱাগতা অভিনেত্ৰী
শ্ৰেষ্ঠ সংগীত পৰিচালক শ্ৰেষ্ঠ গীতিকাৰ
শ্ৰেষ্ঠ নেপথ্য গায়ক শ্ৰেষ্ঠা নেপথ্য গায়িকা

সমালোচকৰ বঁটা

শ্ৰেষ্ঠ চলচ্চিত্ৰ (শ্ৰেষ্ঠ পৰিচালক)
শ্ৰেষ্ঠা অভিনেত্ৰী শ্ৰেষ্ঠ অভিনেতা

কাৰিকৰী বঁটাসমূহ

শ্ৰেষ্ঠ কাহিনী শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ
শ্ৰেষ্ঠ সংলাপ শ্ৰেষ্ঠ সম্পাদনা
শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনা শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী
শ্ৰেষ্ঠ কলা নিৰ্দেশনা শ্ৰেষ্ঠ শব্দ অভিযোজনা
  • সুব্ৰত চক্ৰৱৰ্তী আৰু অমিত ৰায়হেইদৰ
  • অনিলকুমাৰ ক'নাকান্দলা আৰু প্ৰবাল প্ৰধানমৰদানি
শ্ৰেষ্ঠ সাজ-সজ্জা শ্ৰেষ্ঠ আৱহ সংগীত
শ্ৰেষ্ঠ স্পেচিয়েল এফেক্ট্‌ছ শ্ৰেষ্ঠ এক্‌চন

বঁটা দিয়া নহ'ল


বিশেষ বঁটা

জীৱনজোৰা সাধনাৰ বঁটা
শ্ৰেষ্ঠ নৱাগত পৰিচালক

তথ্য সংগ্ৰহ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia