৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

Indian National Highway ৫৪
৫৪
ৰাষ্ট্ৰীয় ঘাইপথ ৫৪

ভাৰতৰ মানচিত্ৰত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থান
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
From দবকা, অসম
To টুইপং, মিজোৰাম
Location
Statesঅসম: 335 km (208 মাইল)
মিজোৰাম: 515 km (320 মাইল)
Primary
destinations
দবকা - লামডিঙ - শিলচৰ - আইজল - টুইপং
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 54, চমুকৈ NH 54) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ দৈৰ্ঘ্য হৈছে 850 km (530 মাইল)। এই ঘাইপথটো অসমৰ দবকাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈছে। তাৰ পিছত দক্ষিণ দিশলৈ গৈ লামডিঙ, শিলচৰৰ মাজেদি গৈছে। অৱশেষত গেগি ঘাইপথটো মিজোৰামৰ টুইপুংত গৈ শেষ হৈছেগৈ।[1]

National Highways Development Project

লগতে চাওক

তথ্য সংগ্ৰহ

  1. "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02. 
  2. [1] Archived 2009-02-25 at the Wayback Machine National Highways Authority of India (NHAI)

বাহ্যিক সংযোগ


 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia