হামৰেণ

হামৰেণ
নগৰ
উপনাম: 
Western capital of Karbi Anglong
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কাৰ্বি আংলং জিলা
জনসংখ্যা
 (2001)
 • মুঠ
8,278

হামৰেণ(ইংৰাজী: Hamren)(IPA: ˈhæmrən)অসমকাৰ্বি আংলং জিলাত অৱস্থিত এখন পৰ্বতীয়া ঠাই।

ভৌগোলিক বিৱৰণ

জনসংখ্যা

২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি হামৰেণৰ মুঠ জনসংখ্যা ৮২৭৮ জন।[1] ইয়াৰে ৫৩% পুৰুষ তথা ৪৭% মহিলা। হামৰেণৰ গড় সাক্ষৰতাৰ হাৰ ৬৪%। পুৰুষ আৰু মহিলাৰ পৃথকভাৱে সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭১% আৰু ৫৬%। হামৰেণৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৮% ছয় বছৰৰ অনুৰ্ধৰ।

শিক্ষা

হামৰেণ নগৰত এখন মহাবিদ্যালয়, দুখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পাচখন উচ্চ মাধ্যমিক বিদ্যালয় আছে। এইকেইখন হৈছে-

  • Waisong College,Hamren
  • Govt Higher Secondary School,
  • Presbyterian Mission High School,
  • Jirsong Gov't High School,
  • Don Bosco High School,
  • Girls' Higher Secondary School,
  • RongKarbi High School,
  • Church of God High School.

পৰ্যটনস্থলী

তথ্যসূত্ৰ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia