হলবী ভাষা
হলবী, বস্তৰী, হলব, হলৱস বা হলৱী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা, যি ওড়িয়া আৰু মাৰাঠীৰ মাজৰ ৰূপান্তৰণৰ ভাষা।[2] মধ্য ভাৰতত কমেও ৭৬৬২৯৭জন লোকে এই ভাষা ব্যৱহাৰ কৰে। মহৰী উপভাষা অন্য উপভাষাসমূহতকৈ কিছু পৃথক আৰু কষ্টেৰেহে বুজিব পৰা যায়। এই ভাষাৰ আনুমানিক ২০০০০০ দ্বিতীয়-ভাষা কথোঁতাও আছে (২০০১ চনত)। ছত্তীসগঢ়ত প্ৰায় লোক হিন্দী ভাষাত পাকৈত। কিছু কিছু হলবী ভাষী লোকে ভত্ৰীক দ্বিতীয় ভাষা হিচাপে শিকে। হলবী ভাষাক প্ৰায় বাণিজ্যৰ ভাষা হিচাপে ব্যৱহাৰ কৰা হয়। এই ভাষা বিষয়-বস্তু-ক্ৰিয়া ক্ৰমত লিখা হয়, ই এফিক্সৰ বহল প্ৰয়োগ কৰে আৰু বিশেষ্যৰ আগত বিশেষণ প্ৰয়োগ কৰে। ধ্বনিতত্ত্বস্বৰধ্বনিহলবী ভাষাত ৬ট স্বৰধ্বনি আছে: /a, e, ɘ, i, o, u/। আটাইকেইটা স্বৰধ্বনিৰেই নাকেৰে কৰা উচ্চৰণো আছে[3] ব্যঞ্জনধ্বনি
তথ্য সংগ্ৰহ
|