ভত্ৰী ভাষা
ভত্ৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ওড়িয়া উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ চত্তীছগঢ় আৰু উৰিষ্যাৰ ভটড়া জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। এই ভাষা ভাষী লোকে প্ৰায় পূব বস্তৰ জিলা আৰু উৰিষ্যাৰ কোৰাপুত আৰু নবৰংপুৰ জিলাত বাস কৰে। তথ্য সংগ্ৰহ
অধিক পঢ়ক
|