সদস্য বাৰ্তা:Psneog/Archive 1
Dear Psneog, I am so happy to see you that you are an active wikipedian in this wiki. I hope we will have some more pages for this wiki. Are you from Silchar? I visited Silchar couple of time before. Please see my article about শিলচর. I will be very happy if we can exchange some idea. I am form Bishnupriya Manipuri Wikipedia. বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত ৱিকিপেদিয়া খোলা হইছে, আপুনি Visit করিলে ধন্যবাদ কৰিব। উত্তম সিংহ ১৬:৫৭, ১৬ January ২০০৭ (UTC) ধন্যবাদধন্যবাদ, আপোনাৰ পত্ৰ পাই উত্সাহ পালো| মোৰ ঘৰ যোৰহাতত| বৰ্তমান মই চাকৰিৰ দায়িত্বত শিলসৰত আছো| নিশ্ছয়, মই বিষ্ণুপ্ৰীয়া wikipedia-ৰ খবৰ ৰাখিছো আৰু মোৰ বিষ্ণুপ্ৰীয়া ছাত্ৰ-ছাত্ৰীসকলকো তাত লিখিবলৈ উত্সাহ দিছো| মোৰ ফালৰপৰাও আপোনালোকলৈ শু্ভেচ্ছা থাকিল| Psneog ১৩:২০, ১৮ January ২০০৭ (UTC)
Spelling of your nameJust I am curious. Which one is the correct spelling of your name? প্ৰভাকৰ শৰ্মা নেওগ or প্রভাকৰ শর্মা নেওগ। Thanks. উত্তম সিংহ ০২:০০, ২৩ January ২০০৭ (UTC) - প্ৰভাকৰ শৰ্মা নেওগ (PRABHAKAR SARMA NEOG) ... why? Psneog ০৫:০১, ২৪ January ২০০৭ (UTC)
Thanks. -উত্তম সিংহ ২২:০৮, ২৪ January ২০০৭ (UTC) Please also check following website: http://www.language-museum.com/a/assamese.php উত্তম সিংহ ২২:১৫, ২৪ January ২০০৭ (UTC) ThanksI have heard about your effort towards the Oxomiya wikipedia in a group(assam_in_bangalore) mail. Nice to see your changes in the front page. Sadly on my part, I have not been able to contribute to the wikipedia work for last couple of months because of my professional commitments. Perhaps we can figure out some topics among ourselves and start writing those. Your thoughts are always welcome. HiI initially thought this as an abandoned wikipedia like Gujarati, Kashmiri, Tibetan etc. However, I am happy to find that people are active over here. The number of articles is very less over here which does not correspond to the large number of edits and users. I think you can run a bot to create basic articles on Indian cities which can be worked upon by the other users. Also, it would be easier to translate articles from Bangla and Manipuri wikipediae so that you can get readymade articles in the same script. If you need the bot script, you can contact Usingha or Manipuri or Ragib of Bangla. Thank you.--Eukesh ১৪:০০, ৩ February ২০০৭ (UTC) NamasteIts really nice to have someone who knows Nepali over here! Please feel free to contact me at my Nepal Bhasa page here if required. Thank you.--Eukesh ২২:১৭, ১৬ February ২০০৭ (UTC) Thankyou very much
Translate wikiI saw you have already started translation of MediaWiki messages to Assamese. Mail me if you require any help. My ID is shijualexonline@gmail.com --Shijualex ০৮:২৩, ৫ জুন ২০০৮ (UTC)
Hindi Messagesনেওগ ডাঙৰীয়া, চিষ্টেম মেছেজবোৰ হিন্দীত হোৱা কাৰণে বৰ দিগদাৰ হৈছে| পুণৰ ইংৰাজীলৈ কেনেকৈ সলনি কৰিব পাৰি চাবচোন| gahori ০২:১৭, ২১ জুলাই ২০০৮ (UTC)
আপোনাৰ বতৰাটোৰ বাবে ধন্যবাদ| পাছে এনেধৰণৰ গুৰূত্বপূৰ্ণ সালসলনি কোনে কৰিছে চাবচোন| যদি প্ৰয়োজন হয়, তেনেহলে এনেধৰণৰ সালসলনি কৰাৰ আগতে অসমীয়া ৱিকিপিডিয়াৰ সকলো সদস্যৰ মতামত লোৱাটো বাঞ্চনীয়| শ্ৰদ্ধাৰে, सदस्य:Priyankoo ১৮:৪৪, ২১ জুলাই ২০০৮ (UTC) নমস্কাৰ, নেওগ ডাঙৰীয়া, বহুদিন ব্যস্ততাৰ কাৰণে কাম কৰিবলৈ সময় পোৱা নাই৷ এতিয়া কিছু কাম মাজে মাজে কৰিব পাৰিম বুলি ভাবিছোঁ৷ কিন্তু ইয়াৰ বহুটো বিষয় হিন্দীত হোৱা বাবে কিছু অসুবিধা হৈছে৷ কেনেবাকে ইংৰাজীত কৰিব পাৰিনেকি ? জনাব৷ শ্ৰদ্ধাৰে Anjal Borah ০৭:০৭, ২৬ জুলাই ২০০৮ (UTC)
Message বোৰ হিন্দিত থকাৰ বাবে অনুবাদ কৰিবলৈ সুবিধাই হৈছে দিয়ক, কাৰণ মই অনুবাদ কৰোতে কেইবাবাৰো হিন্দি শব্দবোৰৰ সহায় লৈছো; যিহেতু দুয়োটা ভাষাৰ মূল একে (সংস্কৃত) সেয়েহে ই সহায়ক হৈছে। Raju ১৫:০৭, ২৮ জুলাই ২০০৮ (UTC) উপভোক্তাআচলতে "উপভোক্তা" মানেও প্ৰকৃততে Consumur হয় ৷ user-ৰ কাৰণে "ব্যৱহাৰকাৰী" শব্দটোহে মই প্ৰছন্দ কৰোঁ ৷ এই বিষয়ে আমি কৰা প্ৰজেক্টত প্ৰথমতে কাম কৰোঁতে বহুত সমস্যাত পৰিছিলোঁ ৷ পিছত CIIL-ৰ মতে "উপভোক্তা" কৰা হৈছিল ৷ কিন্তু ইয়াত সৰ্বসন্মত ক্ৰমে "ব্যৱহাৰকাৰী" কৰিব পাৰিলে ভাল হ্য়নেকি ভাবি চাবচোন ৷ কিন্তু "ভোক্তা" কৰাত মোৰ আপত্তি আছে ৷ কাৰণ অভিধানিক ভাৱেও ইয়াৰ অৰ্থ হ'ব 'কোনো বস্তু ভোগ কৰোঁতা' ৷ বিষয়বস্তুৰ পৰা কিছু আঁতৰি আহিব নেকি ? (Anjal Borah ০৯:২০, ২ আগষ্ট ২০০৮ (UTC))
ব্যৱহাৰকৰ্তা শব্দটোও বেয়া নহয় ৷ গতিকে ৰাখিব পাৰি ৷ Anjal Borah
অসমৰ সুপ্ৰসিদ্ধ মানুহৱিকিপিডিয়াৰ সন্মুখ পৃষ্ঠাত অসমৰ সুপ্ৰসিদ্ধ মানুহ বাক্যটো ভুল হৈ আছে ৷ সেইবাবে লিঙ্ক হোৱা নাই ৷ মই অসমৰ সুপ্ৰসিদ্ধ মানুহ হিচাপে এটা বৰ্গত আজি নতুনকৈ ভবেন্দ্ৰ নাথ শইকীয়া সহ আগৰ আন দুজনক অন্তৰ্ভুক্ত কৰিছোঁ ৷ সন্মুখ পৃষ্ঠাৰ শব্দটো কোনোবা এডমিন এজনেহে শুদ্ধ কৰিব পাৰিবনেকি ? আগতেও মই এই কথা অনুকিয়াইছিলোঁ ৷ শুদ্ধ নহ'ল ৷ (Anjal Borah ১২:৩৮, ৭ আগষ্ট ২০০৮ (UTC)) সম্ভাৰত মোৰ ৱিকিপিডিয়াৰ ওপৰত প্ৰৱন্ধশ্ৰদ্ধাৰ... ৭ তাৰিখৰ দেওবাৰৰ অসমীয়া প্ৰতিদিন কাকতৰ সম্ভাৰত মোৰ ৱিকিপিডিয়াৰ ওপৰত প্ৰৱন্ধ এটা প্ৰকাশ পাইছে, পঢ়ি চাব , নহ'লে আপোনাৰ মেইল ঠিকনাটো দিব মই পঠিয়াই দিম ৷ কেনে হৈছে জনাব মোৰ ঠিকনা - anjal_borah@indiatimes.com মাত্ৰাসমূহবহুটো লেখাত শব্দবোৰৰ পৰা মাত্ৰাবোৰ আঁতৰি অহা দেখা পোৱা গৈছে৷ মই আগতে লেখা বা সম্পাদনা কৰাসমূহটো মাত্ৰাসমূহ আঁতৰি আহিছে৷ ইয়াক মেনুৱেলি ঠিক কৰিব লাগিবনেকি? নে কিবা কাৰিকৰী বিজুটিৰ বাবে এনে হৈছে৷ মই উইণ্ড' ভিচটা ব্যৱহাৰ কৰোঁ৷ আপোনাৰ ছিষ্টেমত সঠিক দেখা পোৱা গৈছেনেকি? Anjal Borah বেটুপাতনতুন বেটুপাতৰ বানানবোৰ শুদ্ধ কৰিলোঁ | Gitartha.bordoloi ১১:১২, ৩ আগষ্ট ২০১১ (UTC) ল’গ’নীলা ৰঙৰ ল’গ’টো অলপ সৰু হৈছে আৰু ৰিজ’লিউছনো অলপ কম নেকি ? প্ৰিয়াংকু দাই প্ৰথমতে দিয়া ক’লা ল’গ’টোৰ আকাৰ আৰু ৰিজ’লিউছন চাওকচোন |আৰু মই "বিশেষ"ৰ পইণ্ট মাত্ৰ দুটা কৰি ৰাখিছোঁ | চাব | Gitartha.bordoloi ০৯:৪১, ৮ আগষ্ট ২০১১ (UTC) Invite to WikiConference India 2011
Assamese numeral supportHi Could please delete the script from Common.css? the bug was submitted and resolved. https://bugzilla.wikimedia.org/show_bug.cgi?id=30864 http://www.mediawiki.org/wiki/Special:Code/MediaWiki/96829 --Jayantanth ১০:০০, ১২ চেপ্তেম্বৰ ২০১১ (UTC)
Jayantanth ১৫:৫৮, ১৪ চেপ্তেম্বৰ ২০১১ (UTC) বেটুপাতবেটুপাতৰ "প্ৰৱন্ধ" শব্দটো "প্ৰবন্ধ" হ'ব আৰু ইন্পুট্ বক্সৰ তলত "কেবল"টো "কেৱল" হ'ব। ঠিক কৰি দিব। Gitartha.bordoloi 18:51, 8 অক্টোবৰ 2011 (UTC) আজিৰ নিৰ্বাচিত চিত্রWikimedia Commonsৰ পৰা লিংক লগাব পাৰিলে ভাল আছিল৷ সদায় ছবিবোৰ manually সলনি কৰিব লাগিলে অসুবিধা নহবনে? Thank you. I don't know the technical things much, but I would love to learn. I will join the " NIT Silchar Software Engineering Study Group" page. সহায়:Contentsপ্ৰতিখন পৃষ্ঠাৰ ওপৰত "If you are not able to view Assamese properly, please click here" বুলি "সহায়:Contents" পৃষ্ঠাৰ যিটো লিংক আছিল, তাৰ কথাখিনি দেখোন আপুনি সলাই দিলে। আগতে তাত অসমীয়া দেখা নাপালে কি কৰিব লাগে আৰু অসমীয়া টাইপিং টুলৰ কথা আছিল। সেইখিনি থকা উচিত। Gitartha.bordoloi 09:20, 12 অক্টোবৰ 2011 (UTC) অক্লান্ত কৰ্মী পদক"অক্লান্ত কৰ্মী পদক" প্ৰদান কৰাৰ বাবে অশেষ ধন্যবাদ। --অম্লান 13:58, 14 অক্টোবৰ 2011 (UTC)
pirateস of sillicon valleyচাইছোঁ চিনেমাখন। বঢ়িয়া! কিয় যে শিলচৰ আৰ.ই.চি. বাদ দি মেডিকেল পঢ়িবলৈ আহিছিলো!!!!! এইটো দুখ সদায় থাকি যাব।
An Invite to join the Wikimedia India Chapter
--Naveenpf 08:02, 6 নভেম্বৰ 2011 (UTC) HotCatএতিয়ালৈকে মই কোনো অসুবিধা পোৱা নাই। কিবা সমস্যা হলে আপোনাক জনাম। --অম্লান 09:09, 6 নভেম্বৰ 2011 (UTC) GNOMEI think in GNOME, 'G' is silent. So it is pronounced as ন'ম, not জীন'ম. --অম্লান 13:36, 7 নভেম্বৰ 2011 (UTC) Translation Policy of CS Terms, and Glossaryআপুনি আৰম্ভনিতো কৰি দিয়ক। মই যিমান পাৰো বৰঙণি আগবঢ়াবলৈ চেষ্টা কৰিম। --অম্লান 17:21, 9 নভেম্বৰ 2011 (UTC) BinaryCan you help me with the Assamese term for "binary" and "logic gate"? I have searched in xobdo.org. It says: দ্বিঅংগী, দ্বিক, and যুগ্মক. Will it be দ্বিঅংগী সংখ্যা পদ্ধতি (Binary numeral system)? The Bangla wiki calls it বাইনারি সংখ্যা পদ্ধতি and in Hindi wiki it is द्वयाधारी संख्या पद्धति. The Google translate (English to Bangla) for "binary" is "দ্বিমূল". ধন্যবাদ। মই "বাইনাৰী নাম্বাৰ চিষ্টেম" নামৰ এখন পৃষ্ঠা সৃষ্টি কৰিম আৰু "বাইনাৰী সংখ্যা প্রণালী"-ক তালৈ redirect কৰি দিম। ThanksThanks for the barnstar. You can ping me for any such help. As I am not a facebook user, sorry for your invitation to the group. With warm regards. --Vssun 15:22, 24 নভেম্বৰ 2011 (UTC) Infoboxঅ' মই সাঁচ:Infobox settlement/mi2km2 আৰু সাঁচ:Infobox settlement/areadisp টো পোনে পোনে ইংৰাজীৰ পৰা কপীহে কৰিছিলোঁ। একো সলোৱা নাই। কামত দিয়া নাই হ'বলা :( Gitartha.bordoloi 07:59, 25 নভেম্বৰ 2011 (UTC)
Short Breakমোৰ end semester exam সোমবাৰৰ পৰা পৰা আৰম্ভ হ'ব। সেয়ে এইকেইদিন অলপ ব্যস্ত থাকিম। আপুনি বিচৰা পেৰাটো মই ১৫ ডিচেম্বৰৰ পাছতহে মেইল কৰি দিব পাৰিম। ৱিকিপিদিয়াত অসমীয়া বিভাগত থকা সদস্য সংখ্যা
তথ্যপেৰা সাঁচ"যোৰহাট"ৰ তথ্যপেৰাত "Location of যোৰহাট in অসম"টো সম্পূৰ্ণ অসমীয়া কৰি দিবচোন। "যোৰহাট জিলা"ত থকা About সাঁচটো অসমীয়া কৰি দিব। লগতে তাৰ তথ্যপেৰাটো দুটামান কথা ইংৰাজী হৈ আছে। Gitartha.bordoloi 11:26, 26 নভেম্বৰ 2011 (UTC) বেটুপাতৰ বিস্তৃত সূচীমই বেলেগ এখন "বেটুপাতৰ বিস্তৃত সূচী" ইয়াত তৈয়াৰ কৰিছো। PortalTo be honest, I have not understood most of the things you have just said, but I agree with the "Wikipedia is not Assam tourism website" thing. Anyways after my exam, I will call you and learn about this "Portal" stuff. Here is my cell phone number 9957631354. ৱিকি ট্রেইনিংনিশ্চয়। আপোনাক ফোন নকৰাৰ বাবে বেয়া নাপাব। সম্পূৰ্ণ আজৰি হৈ মই আপোনাৰ লগত আলোচনা কৰাতো বিচাৰিছোঁ। সম্পাদনাদাদা, একে সময়তে এটা পৃষ্ঠা যদি কেইবাজনো ব্যৱহাৰকাৰীয়ে সম্পাদন কৰি থাকে, অলপ গণ্ডগোল হৈ নেকি বাৰু| অলপ আগতে এনে হ’ল| কাবাডী পৃষ্ঠাটোত মই সম্পাদনা কৰি থকা সময়ত লিখাবোৰ সঞ্চয় কৰিব নোৱাৰিলোঁ| টাবু টাইডটো কৰিবলৈ অলপ অসুবিধা পাইছো| তাতে অনুবাদত মই অলপ অপৰিপক্ক| --সদস্য:Bishnu Saikiaবিষ্ণু শইকীয়া 15:48, 2 ডিচেম্বৰ 2011 (UTC)
অসম চিকিৎসা মহাবিদ্যালয়দাদা, চিকিৎসা মহাবিদ্যালয়ৰ আচাৰ্য থাকে জানো? মই জনাত নাথাকে, বিশ্ববিদ্যালয়ৰহে থাকে। গুণদীপ চেতিয়া 09:06, 6 ডিচেম্বৰ 2011 (UTC) ধন্যবাদ"সৃষ্টিকৰ্তাৰ পদক" সন্মান তথা উত্সাহদায়ক বঁটাৰ বাবে মোক যোগ্য বুলি ভৱাৰ বাবে অশেষ ধন্যবাদ| (Bishnu Saikia) বিষ্ণু শইকীয়া 17:39, 26 ডিচেম্বৰ 2011 (UTC) Infobox royaltyসাঁচটোৰ কথাখিনি অসমীয়ালৈ ভাঙনি কৰিবলৈ অসুবিধা পাইছোঁ। কৰি দিয়কচোন। লগতে Infobox Former Countryটোও অনুবাদ কৰি দিব। Gitartha.bordoloi 08:23, 31 ডিচেম্বৰ 2011 (UTC)
আপোনাৰ 'দাৰি' প্ৰসংগপ্ৰভাকৰদা, আপুনি 'L' আখৰত দাৰি লিখোঁতে এটা অসুবিধাৰ কথা লিখিছে। অকণমান ভালকৈ বুজাই দিব নেকি? সেইটো কিয় হৈছে চাব লাগিছিল। আৰু আপুনি কি কী-বোৰ্ড ব্যৱহাৰ কৰি আছে সেইটোও জনাই দিব। মোবাইলৰ বাবে কী-বোৰ্ড এখন বনোৱাৰ কামত লাগি আছোঁ। এই অসুবিধাৰ কাৰণটো আগতেই জানি থ'লে, পাছলৈ সুবিধা হ'ব। উদ্দীপতালুকদাৰ 16:27, 6 জানুৱাৰী 2012 (UTC) পোখালিপোখালি শব্দটোৰ আৰম্ভণি কৰিছিল গীতাৰ্থ দাই।
Discussion at Wikipedia:Meetup/GAU1আপোনাক এই পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|Wikipedia:Meetup/GAU1. (Bishnu Saikia) বিষ্ণু শইকীয়া 18:14, 11 জানুৱাৰী 2012 (UTC) Discussion at বাৰ্তা:ৱিকিস্পিচিজআপোনাক এই পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|বাৰ্তা:ৱিকিস্পিচিজ. (Bishnu Saikia) বিষ্ণু শইকীয়া 13:11, 13 জানুৱাৰী 2012 (UTC) আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1আপোনাক ৱিকিপিডিয়া:Meetup/TEZ1পৃষ্ঠাটোলৈ আলোচনাৰ বাবে নিমন্ত্ৰন জনোৱা হৈছে| অনুগ্ৰহ কৰি যোগদান কৰক|. Bishnu Saikia (বিষ্ণু শইকীয়া) 19:46, 22 জানুৱাৰী 2012 (UTC) ইন্দিৰা মিৰিইন্দিৰা মিৰি প্ৰবন্ধটো চালোঁ। যথেষ্ট informative হৈছে। আৰু তথ্য সংযোগ কৰিব পৰা যাবনে? infobox আৰু image add কৰিব পাৰিলে ভাল আছিল।--অম্লান বসুমতাৰী 15:34, 2 ফেব্ৰুৱাৰী 2012 (UTC)
আপুনি কোনটো বাগৰ কথা কৈছে? মই বিচাৰি পোৱা নাই। This link doesn't work https://bugzilla.wikimedia.org/process_bug.cgi
ফটো আপলোডমই আজি ৱিকি সদস্য ভুক্ত হলো কিন্ত মই মোৰ প্ৰফাইলত ফটো যোগ কৰিব পৰা নাই । কেনেকৈ কৰিম শিকাই দিব নেকি ? Priyamrajshivam 10:42, 4 ফেব্ৰুৱাৰী 2012 (UTC)
Requests for adminship (Amlan)Could you please change the language of the proposal. Follow past nominations style. চাইপাও 11:31, 5 ফেব্ৰুৱাৰী 2012 (UTC)
Banning usersPrabhakar, Admins cannot ban users at their own discretion. What was user:221.20's offense? চাইপাও 09:29, 8 ফেব্ৰুৱাৰী 2012 (UTC)
ৱিকিপিডিয়া: তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰকল্পৰ নাম সলনিপ্ৰভাকৰ দা নামটো সলনি নকৰিলেও হ'লহেটেন নেকি । সংশ্লিষ্ট বুলি দিয়াটো জৰুৰি হয় বুলি মই নাভাবো । পৃষ্ঠাটো সলনি কৰিব নোৱাৰিনে আৰু ?Jyoti Prakash Nath 10:20, 10 ফেব্ৰুৱাৰী 2012 (UTC)
প্রভাকৰ শৰ্মা নেওগ 11:42, 10 ফেব্ৰুৱাৰী 2012 (UTC) মই Information Technology ৰ কথা কৈছিলো গতিকে পৃষ্ঠা খনৰ নামটো "ৱিকিপিডিয়া: ৱিকি তথ্য প্ৰযুক্তিবিদ্যা প্ৰকল্প" কৰা যাওক । Jyoti Prakash Nath 13:43, 10 ফেব্ৰুৱাৰী 2012 (UTC)
ধন্যবাদআপুনি প্ৰদান কৰা পুৰস্কাৰৰ বাবে ধন্যবাদ যাচিলোঁ| বিষ্ণু শইকীয়া বাৰ্তা 06:27, 14 ফেব্ৰুৱাৰী 2012 (UTC) আকৌ ধন্যবাদ| বিষ্ণু শইকীয়া বাৰ্তা 15:12, 20 ফেব্ৰুৱাৰী 2012 (UTC)
বিষ্ণু শইকীয়া বাৰ্তা 10:02, 14 ফেব্ৰুৱাৰী 2012 (UTC) বাৰ্ণষ্টাৰধন্যবাদ। Gitartha.bordoloi উপহাৰ
ভুলEnglish পৰ্টেলবোৰ অসমীয়াত প্ৰবন্ধ হিচাপেহে থব পাৰি| আজি মই নজনা বাবে দুটামান ৱিকিচ’ৰাত সালসলনি কৰিছিলো| গীতাৰ্থই মোক বুজাই দিয়াত আকৌ আগৰদৰে ৰাখি থ’লো| বেয়া নাপাব| বি:দ্ৰ: - অসমীয়াত পৰ্টেলবোৰ "চ’ৰা" হিচাপে কিয় নাৰাখে? এতিয়া কৰিব পৰা যাবনে? বিষ্ণু শইকীয়া বাৰ্তা 19:15, 28 ফেব্ৰুৱাৰী 2012 (UTC)
পোখালিNE Tv, Prafulla Kumar Mahanta ইত্যাদিৰ দৰে একেবাৰে সৰু সৰু প্ৰবন্ধবোৰত কেইবাটাও সাঁচ লগোৱাটো ঠিক হয় জানো? আৰু অম্লান্নে মোক অনুৰুধ জনোৱা বাবে সাঁচ টেগ প্ৰবন্ধৰ শেষতহে যোগ কৰিছো| সাঁচ:পোখালিটো এবাৰ চাবচোন| দেখাটো বেয়া ন্হবৰ বাবে এনে সৰু প্ৰবন্ধত পোখালি সাঁচটোকেই দিয়া সমীচিন দেখো, আৰু যদি তাত কিবা পৰিস্কাৰ কৰিবলগীয়া কথা থাকে তেন্তে এটা বা দুটা শাৰী অলপ নিজেই ইফাল সিফাল কৰি দিলেই লেঠা শেষ| নহয় জানো? বিষ্ণু শইকীয়া বাৰ্তা 08:14, 4 মাৰ্চ 2012 (UTC)
এডমিনএই দায়িত্ব মূৰ পাতি লবলৈ পালে মই যথেষ্ঠ সুখী হ’ম| এডমিন হ’লে কিছুমান কাম কৰাত সহায়ক হ’ব, সেয়ে মই না নকৰোঁ| মোক এই পদৰ যোগ্য বুলি ভবা বাবে ধন্যবাদ জনাইছো| বিষ্ণু শইকীয়া বাৰ্তা 14:54, 4 মাৰ্চ 2012 (UTC)
এই প্ৰকল্পটোত অলপ হাত ফুৰাব| কিবা সংশোধন কৰিব লগা থাকিলে কৰি দিয়ে যেন| বিষ্ণু শইকীয়া বাৰ্তা 20:59, 17 মাৰ্চ 2012 (UTC) You're invited to Wikimedia events in June and July: bot, script, template, and Gadget makers wantedI'm sorry -- I only speak English. I invite you to the yearly Berlin hackathon, 1-3 June. Registration is now open. If you need financial assistance or help with visa or hotel, then please register by May 1st and mention it in the registration form. This is the premier event for the MediaWiki and Wikimedia technical community. We'll be hacking, designing, teaching, and socialising, primarily talking about ResourceLoader and Gadgets (extending functionality with JavaScript), the switch to Lua for templates, Wikidata, and Wikimedia Labs. We want to bring 100-150 people together, including lots of people who have not attended such events before. User scripts, gadgets, API use, Toolserver, Wikimedia Labs, mobile, structured data, templates -- if you are into any of these things, we want you to come! I also thought you might want to know about other upcoming events where you can learn more about MediaWiki customization and development, how to best use the web API for bots, and various upcoming features and changes. We'd love to have power users, bot maintainers and writers, and template makers at these events so we can all learn from each other and chat about what needs doing. Check out the the developers' days preceding Wikimania in July in Washington, DC and our other events. Best wishes! - Sumana Harihareswara, Wikimedia Foundation's Volunteer Development Coordinator. Please reply on my talk page at mediawiki.org. Sumanah (talk) 23:56, 8 এপ্ৰিল 2012 (UTC) The Teamwork Barnstar
প্ৰতিযোগীতাদ্বিজেন মহন্ত দাই আকৌ আলোকচিত্ৰত অংশ লোৱাৰ কথা ভাবিছে নহয়! বনজিৎ দাক পাৰি, কিন্তু তেওঁ নিজেই নিবিচাৰিব কিজানি। কাৰণ ৱিকিত সময় দিব নোৱাৰাৰ বাবে তেখেতে নিজেই কেবাবাৰো দুখ প্ৰকাশ কৰিছে, আৰু চবতে তেখেতক কিবা নহয় কিবা এটাত সুমুৱাই থৈ দিয়ে বাবেও এবাৰ আপত্তি কৰিছিল। উৎপল বৰুৱাৰ কথাটো মই ধৰিব পৰা নাই। বাবুল বৈশ্য অতি যত্ন সহকাৰে লাগি থকা ৱিকিপিডিয়ান। তেখেতে খুব কমেই ফেচবুকত থাকে। কিন্তু উপদেষ্টা মণ্ডলীত ৰাখিব পাৰি। আপুনি নাই দেখোন|আপোনাৰ নামটো ক’ত সুমুয়াই সোনকালে সুমুয়াই থওঁক| বিষ্ণু বাৰ্তা 15:17, 1 মে' 2012 (UTC) এই পৃষ্ঠাটো চাবচোন| আপুনি কৰা সম্পাদনাবোৰ সাময়িক ভাৱে আতৰাই থ’লো| কিবা থাকিলে আলোচনা পৃষ্ঠাতে মত দিব| {{প্ৰবন্ধ প্ৰতিযোগিতা}} সাঁচটোৱো মই বনাই ৰাখিছিলো| আপুনি আজি মিছাতেই সেইটো বনালে| পুননিৰ্দেশ দি থলো সেইটোৱো| বিষ্ণু বাৰ্তা 12:40, 11 মে' 2012 (UTC)
অসমৰ বনৌষধি- বৈজ্ঞানিক নামকিছুমান বৈজ্ঞানিক নামৰো প্রতিশব্দ(Synonyms)থাকে ৷ http://assamplants.com/All%20Species/Kalanchoe.htm http://www.ajol.info/index.php/ajbr/article/viewFile/48782/35132মৌচুমী (talk) কাৰণটো চিত্ৰ:Jgmp.jpgৰ বিলোপ জাননীএই ফটোখনে মোক বিমোৰত পেলাইছে| বিলোপ টেগ লগাই থৈছো| ফটোখন ভাল| কিন্তু ৱিকিপিডিয়াত ৰখাৰ যোগ্য নহয়| কাৰণবোৰ জানিছেই চাগে| অনুগ্ৰহ কৰি আগলৈ সাৰাংশ প্ৰদান কৰিব| আপুনিয়েই যদি এনে কৰে তেন্তে আনসকলক কি কম বাৰু? বিষ্ণু শইকীয়াবাৰ্তা 13:20, 2 জুন 2012 (UTC)
এলান টুৰিং বানানপ্ৰভাকৰ দা, এলান টুৰিং-ৰ বাৰ্তাত টুৰিং-ৰ উচ্চাৰণৰ বিষয়ে লিখিছোঁ চাওকচোন।উদ্দীপতালুকদাৰ (talk) 05:57, 20 আগষ্ট 2012 (UTC) ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানপ্রৱন্ধটোৰ অনুবাদ আৰু অলপ বাকী আছে ৷ আটাইখিনি কৰি হ'লে সৰু সৰু বানান সমূহ(ঊৰ্দ্ধকমা আদি)ঠিক কৰিম ... এইকেইদিন মোৰ নেটৰ গতি একেবাৰে লেহেমীয়া ...মৌচুমী (talk) 12:54, 20 আগষ্ট 2012 (UTC) নমস্কাৰ, Psneog। এই পৃষ্ঠাত আপোনালৈ নতুন বাৰ্তা আছে: Bishnu Saikia's talk page। আপুনি যিকোনো সময়ত {{Talkback}} বা {{Tb}} সাঁচ মচি এই জাননী আঁতৰ কৰিব পাৰে। আলোচনাৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া⇒✉ 15:18, 17 নৱেম্বৰ 2012 (UTC) "ৱিকিউত্স" আলোচনালৈ নিমন্ত্ৰণঅসমীয়া ৱিকিউত্সৰ অনুমোদন পোৱা হ’ল| আগন্তুক কামসমূহ সূচাৰূভাৱে সম্পন্ন কৰিবৰ বাবে এই আলোচনাত যোগদান কৰিবলৈ আপোনাক অনুৰোধ জনাইছো| বিষ্ণু শইকীয়া⇒✉ 12:59, 15 ডিচেম্বৰ 2012 (UTC) সাঁচ:MaxEnglish: hi I would like to ask could you put these codes into সাঁচ:Max please thanks <includeonly>{{#expr:{{#switch:<!-- -->{{#iferror:{{#expr:({{{1|}}})*1}}|0|1}}<!-- -->{{#iferror:{{#expr:({{{2|}}})*1}}|0|1}}<!-- -->{{#iferror:{{#expr:({{{3|}}})*1}}|0|1}} |111={{max/3|({{{1}}})|({{{2}}})|({{{3}}})}} |110={{max/2|({{{1}}})|({{{2}}})}} |100={{{1}}} |101={{max/2|({{{1}}})|({{{3}}})}} |011={{max/2|({{{2}}})|({{{3}}})}} |010={{{2}}} |001={{{3}}} }}}}</includeonly><noinclude> {{Documentation}} </noinclude> 124.248.208.2 14:08, 16 ফেব্ৰুৱাৰী 2013 (UTC) মডিউলআপনি কি Module:ConvertDigit ও Module:ConvertTime-এ যেয়ে মাসের নামগুলি ঠিক করতে পারবেন? (পারলে বাংলা মাসের নাম পরিবর্তন করে অসমীয়া ভাষায় মাসের নাম দিন, ইংরেজি মাসের নাম যা আছে তা পরিবর্তন করার দরকার নেই) এই মডিউল ২টি দিয়ে অসমীয়া ৱিকিপিডিয়াতে Template যেগুলি কাজ করে না, সেগুলি ঠিক করা সম্ভব হবে।--Aftab1995 (talk) 17:25, 19 নৱেম্বৰ 2013 (UTC)
welcoming new peopleঠিক আছে বাৰু। প্ৰণৱ জ্যোতি ভূঞা (talk) 16:20, 27 নৱেম্বৰ 2013 (UTC) |
Portal di Ensiklopedia Dunia