সদস্য বাৰ্তা:Mouchumi{{subst:add-desc-I|1=Sneha devi.jpg}}
সম্পাদনাআপুনি সম্পাদনাৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে যদি আমাক সুধিব পাৰে | Gitartha.bordoloi ১৪:৫১, ২৯ জুলাই ২০১১ (UTC) Invite to WikiConference India 2011
Are you coming for WCI 2011 ? --Naveenpf ০২:৩৬, ১৯ আগষ্ট ২০১১ (UTC) It won't be possible for me to attend. Thanks for the invitation though. Wish you all a great success. -Mouchumi সম্পাদনাআপুনি প্ৰৱন্ধ এটা সাঁচি থোৱাৰ আগতে তাৰ কাষতে থকা "খচৰা দেখুৱাওক" টিপি এবাৰ Previewটো চাই ল’ব | কিবা ভুল থাকিলে ওলাই পৰিব | তেতিয়া বাৰে বাৰে সম্পাদনা নকৰিলেও হ’ল | Gitartha.bordoloi ১০:৫৪, ১৯ আগষ্ট ২০১১ (UTC) ধন্যবাদ। অসমীয়া ভাষাহ'ব কোনো কথা নাই। মই ভাষাগত শব্দবোৰ নাজানো বা কিছুমান পাহৰিলোঁ বাবেহে হাত লগোৱা নাছিলোঁ। সোনকালেই কাৰোবাৰ হতুৱাই লিখাব লাগিব। Gitartha.bordoloi 20:51, 11 অক্টোবৰ 2011 (UTC) 2011 Indian Anti- corruption Movement"দুৰ্নীতি বিৰোধী আন্দোলন" হ'ব। ব্ৰেকেটত "জন লোকপাল বিধেয়ক আন্দোলন" বুলিও লিখি দিব পাৰে।Gitartha.bordoloi 10:03, 13 অক্টোবৰ 2011 (UTC) 2011 Indian Anti- corruption Movementআচলতে বাতৰি কাকতবিলাকত ইয়াৰ বিষয়ে বাতৰি লিখোতে "দুৰ্নীতি-বিৰোধী আন্দোলন" হিচাপে লিখা-মেলা কৰে৷ সেয়ে মই তেনে ধৰণেই ৰাখিছিলোঁ৷ এনেকৈয়ে ৰাখা নহ'লে৷ http://ajirdainikbatori.com/ আজিও কাকতত প্ৰশান্ত ভূষণৰ কথা লিখোঁতে "দুৰ্নীতি-বিৰোধী আন্দোলন" শব্দটোহে লিখিছে৷ Anjal Borah 10:08, 13 অক্টোবৰ 2011 (UTC) দুয়োটাই ৰাখিলে ভাল হয়। বন্ধনীৰ ভিতৰত (জন লোকপাল বিধেয়ক আন্দোলন)-টো দি দিয়ক। বা ৰিডাইৰেক্ট কৰিও ৰাখিব পাৰে। উদ্দীপতালুকদাৰ 17:34, 13 অক্টোবৰ 2011 (UTC) সৌৰভ কুমাৰ চলিহাসদস্যসকলে আগতে আলোচনা কৰিয়েই তেখেতৰ ছবিখন আঁতৰাই দিছিল, কাৰণ তেখেতে কেতিয়াও নিজৰ ছবি প্ৰকাশ হোৱাটো বিচৰা নাছিল। দিবই লাগে যদি পিছফালৰ পৰা তোলা ছবি এখন আছে, সেইখনহে ভাল হ'ব নেকি। Gitartha.bordoloi 10:51, 15 অক্টোবৰ 2011 (UTC) আনন্দ চন্দ্ৰ আগৰৱালাএই প্ৰবন্ধত দিয়া ছবিখন চন্দ্ৰকুমাৰ আগৰৱালাৰহে। Gitartha.bordoloi 18:21, 15 অক্টোবৰ 2011 (UTC) একে কপি ফটোকে ইণ্টাৰনেটত দুইজন লোকৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা দেখুৱাইছে৷ আন ক'ৰবাত চাব লাগিব৷ দুদিনমান ৰ'বা৷ verify কৰিব পৰা যাব৷ Anjal Borah 13:08, 17 অক্টোবৰ 2011 (UTC)
An Invite to join the Wikimedia India Chapter
--Naveenpf 08:01, 6 নভেম্বৰ 2011 (UTC) কৃষ্ণকৃষ্ণ প্ৰবন্ধটো বৰ সৰু অৱস্থাত আছে| অলপ বিস্তাৰ কৰিলে ভাল হ’লহেতেন| আপুনি ইংৰাজী নাইবা বাংলা ভাষাৰ প্ৰবন্ধটোৰ সহায়ো ল’ব পাৰে| বিষ্ণু শইকীয়া বাৰ্তা 16:48, 31 মাৰ্চ 2012 (UTC) পদক
মোৱাম্মাৰ গাড্ডাফিমোৱাম্মাৰ গাড্ডাফি, বাইডেউ এইজনাৰ কিবা এটা গতি লগাই দিয়ক| অনুৰুধ| বিষ্ণু শইকীয়াবাৰ্তা 15:10, 9 এপ্ৰিল 2012 (UTC) ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বানপ্ৰিয় Mouchumi, ২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন। ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব। প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব। নিৰ্বাচন কমিটিৰ হৈ,
2021 Wikimedia Foundation Board elections: Eligibility requirements for votersGreetings, The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page. You can also verify your eligibility using the AccountEligiblity tool. MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.) Note: You are receiving this message as part of outreach efforts to create awareness among the voters. |
Portal di Ensiklopedia Dunia