সদস্য বাৰ্তা:Baruah ranuj

চাণক্য (বাৰ্তা) 13:09, 5 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

তথ্যসূত্ৰ

ৱিকিপিডিয়াত আপোনাৰ অৱদান সমূহ মন কৰি আহিছোঁ। ইয়াৰ বাবে আপুনি ধন্যবাদৰ পাত্ৰ। কিন্তু তথ্যসূত্ৰ সংযোগৰ ক্ষেত্ৰত এনেকৈ কেৱল লিংক এটা দি দিয়াটো সঠিক নহয়। আপুনি তথ্যসূত্ৰ সংযোগৰ বাবে প্ৰুভ ইট্‌ সঁজুলিটো ব্যৱহাৰ কৰিব পাৰে। আপুনি পছন্দ সমূহত গৈ গেজেট অংশৰ পৰা সঁজুলিটো সক্ৰিয় কৰি ল'ব পাৰিব। _Nayan j Nath (বাৰ্তা) 07:40, 9 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মোবাইলত কাম সমূহ কৰি থকা বাবে কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছো । লেখা সমূহ উচ্চমানৰ কৰিবলৈ আৰু উপযুক্ত সমল যোগ দিবলৈ চেষ্টা কৰিম । 2409:4065:406:19BA:14C8:F30D:FDEC:40A2 07:45, 9 April 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পদক

প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
নতুন সম্পাদক হিচাপে অসমীয়া ৱিকিপিডিয়াত আপুনি দেখুওৱা উৎসাহ আৰু অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈও এনেদৰে কাম কৰি আমাক উৎসাহিত কৰি থাকিব৷

- অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

গুগল ট্ৰান্সলেট

গুগল ট্ৰান্সলেট হৈছে এটা সঁজুলিৰ নাম, গতিকে ইয়াক অনুবাদ কৰা উচিত নহয়। যদি গুগলে নিজে অসমীয়াত “গুগল ভাঙনি” বুলি নামকৰণ কৰে, তেতিয়া বেলেগ কথা। দিব্য দত্ত (বাৰ্তা) 10:13, 17 মে' 2022 (ইউ.টি.চি.)


বুজিব পৰা নাই কি কৈছে Baruah ranuj (বাৰ্তা) 10:37, 17 মে' 2022 (ইউ.টি.চি.)

“গুগল ট্ৰান্সলেট” এটা নাম হয়, ইয়াক অসমীয়াত “গুগল ভাঙনি” বুলি কোৱা বা লিখা ভুল। সেই কথাটো কৈছোঁ। দিব্য দত্ত (বাৰ্তা) 10:44, 17 মে' 2022 (ইউ.টি.চি.)

আগৰ পৰাই পৃষ্ঠা টোৰ নাম গুগল ভাঙনি আছিল । সেইকাৰণে সম্পাদনা কৰোঁতে মই গুগল ভাঙনি লিখিছিলোঁ। 😁 Baruah ranuj (বাৰ্তা) 10:45, 17 মে' 2022 (ইউ.টি.চি.)

মনৰ কথা

অভিনন্দন! মে' মাহৰ খতিয়ানলৈ প্ৰকাশৰ বাবে সাজু হোৱা জুন মাহৰ ৱিকিপত্ৰিকাৰ বাবে মনৰ কথা লিখিবলৈ আপোনাক আহ্বান জনোৱা হ'ল। আশাকৰো ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্প সমূহৰ অভিজ্ঞতা সন্নিবিষ্ট আপোনাৰ মনৰ কথাই পত্ৰিকা খনক এক অনন্য মাত্ৰা প্ৰদান কৰিব। - Nayan j Nath (বাৰ্তা) 10:42, 25 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

এই মাহৰ ৱিকিপিডিয়ান: জুন, ২০২২

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


তথ্যউৎস সংযোজক

তথ্যউৎস সংযোজক
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ তথ্যউৎসৰ উল্লেখ নথকা বহুকেইটা প্ৰবন্ধত যথোপযুক্ত তথ্যসূত্ৰৰ সংযোজনেৰে আপুনি ইয়াৰ মান বঢ়াইছে। ইয়াৰে কৃতজ্ঞতাস্বৰূপে ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা আপোনালৈ এই পদকটি আগবঢ়ালোঁ।-Chandan Chiring Phukon Chat 17:45, 27 July 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

WikiConference India 2023: Program submissions and Scholarships form are now open

Dear Wikimedian,

We are really glad to inform you that WikiConference India 2023 has been successfully funded and it will take place from 3 to 5 March 2023. The theme of the conference will be Strengthening the Bonds.

We also have exciting updates about the Program and Scholarships.

The applications for scholarships and program submissions are already open! You can find the form for scholarship here and for program you can go here.

For more information and regular updates please visit the Conference Meta page. If you have something in mind you can write on talk page.

‘‘‘Note’’’: Scholarship form and the Program submissions will be open from 11 November 2022, 00:00 IST and the last date to submit is 27 November 2022, 23:59 IST.

Regards

MediaWiki message delivery (বাৰ্তা) 11:24, 16 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

(on behalf of the WCI Organizing Committee)

WikiConference India 2023: Open Community Call and Extension of program and scholarship submissions deadline

Dear Wikimedian,

Thank you for supporting Wiki Conference India 2023. We are humbled by the number of applications we have received and hope to learn more about the work that you all have been doing to take the movement forward. In order to offer flexibility, we have recently extended our deadline for the Program and Scholarships submission- you can find all the details on our Meta Page.

COT is working hard to ensure we bring together a conference that is truly meaningful and impactful for our movement and one that brings us all together. With an intent to be inclusive and transparent in our process, we are committed to organizing community sessions at regular intervals for sharing updates and to offer an opportunity to the community for engagement and review. Following the same, we are hosting the first Open Community Call on the 3rd of December, 2022. We wish to use this space to discuss the progress and answer any questions, concerns or clarifications, about the conference and the Program/Scholarships.

Please add the following to your respective calendars and we look forward to seeing you on the call

Furthermore, we are pleased to share the email id of the conference contact@wikiconferenceindia.org which is where you could share any thoughts, inputs, suggestions, or questions and someone from the COT will reach out to you. Alternatively, leave us a message on the Conference talk page. Regards MediaWiki message delivery (বাৰ্তা) 16:20, 2 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

On Behalf of, WCI 2023 Core organizing team.

স্বাগতম

স্বাগতম অনুজ! তোমাৰ ব্যস্ততাৰ অন্তত পুনৰাই ৱিকিত ভুমুকি মৰা দেখি ভাল লাগিছে। ই ৱিকিৰ প্ৰতিথকা তোমাৰ সদিচ্ছাক প্ৰকাশ কৰিছে। এনেকৈয়ে সক্ৰিয় হৈ থাকিবা। শুভেচ্ছাৰে... -Nayan j Nath (বাৰ্তা) 14:24, 30 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ। চেষ্টা কৰি যাম বৰঙণি আগবঢ়াই যাবলৈ। Baruahranuj 19:50, 30 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অক্লান্ত কৰ্মী পদক

অক্লান্ত কৰ্মী পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব। ধন্যবাদেৰে - অসমীয়া ৱিকিমিডিয়া সমাজ

-𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 04:13, 29 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia