সদস্য বাৰ্তা:অংশুমান দত্তউপহাৰ
Bi-directional language Assameseমাননীয় অংশুমান মহোদয়, অসমীয়া উইকিপেদিয়াত আপুনি লাগি থকা দেখি ভাল লাগিল ৷ মই এটা কথা আপোনাক জনাব বিছাৰিছো যে আপোনি কৰা বিভিন্ন সাল সলনিত মই এক মত হ'ব পৰা নাই, আপুনি সম্ভৱ control panel ৰ regional and language options ৰ "install files for complex script and right-to-left language (Including Thai)" option টো on কৰা নাই ৷ অসমীয়া ভাষাটো bi-directional language , মানে both left to right and right to left ৷ যেনেদৰে left to right = অসম, right to left = কি , "কি" লিখিবৰ ববে হস্ৰ-ই কাৰৰ ববে right to left যাব লগীযা হয় ৷ আপোনি কৰা শোধৰনিত এই সমস্যা উদ্ভৱ হৈছে ৷ আশা কৰো এই সমস্য আপোনি অতি শীঘ্ৰে নিস্পত্তি কৰিব ৷ Vkborah ০৩:১৭, ২২ জুন ২০১০ (UTC) I assume the text above is about the problem with the tool you are using to type assamese. unfortunately, your browser/typing tool settings does not seems to be correct on handling assamese rendering. please get some help and fix it. We really appreciate your help with the project, but it would be better if you could do it right. It may do more harm that good to the project, if the text is not input right. Thanks --Jyothis ২২:১০, ২৩ জুন ২০১০ (UTC)
Hi Anshuman.jrt Please contact me to know how to input Assamese correctly. There is an immense mess with wrong Assamese input on Assamese Wikipedia. Should you fail to respond within 3 days, I am going to block you from editing the Assamese Wikipedia. Thanks for your understanding. gahori ১৯:২৮, ২৩ নভেম্বৰ ২০১০ (UTC) Please ContactDear Anshuman.jrt please send me a message. I have to talk to you about your contributions to the Assamese wikipedia. gahori ১০:৪৪, ১ ডিচেম্বৰ ২০১০ (UTC) স্থানান্তৰঅনুগ্ৰহ কৰি পৃষ্ঠা স্থানান্তৰ কৰাৰ আগতে শুদ্ধ নামটো পৰীক্ষা কৰি ল'ব। 'চলচিত্ৰ' ভুল শব্দ। Gitartha.bordoloi 13:16, 20 জানুৱাৰী 2012 (UTC) প্ৰথম অসমিয়া ৱিকিমিটআপঅসমিয়া ৱিকিপিডিয়াৰ প্ৰথম গুৱাহাটী মিটআপখন অহা দেওবাৰ ২৯ জানুৱাৰী ২০১২ তাৰিখে পতাৰ সিদ্ধান্ত লোৱা হৈছে, স্থান:- কম্পিউটাৰ বিজ্ঞান বিভাগ , গুৱাহাটী বিশ্ববিদ্যালয়, সময়:- দিনৰ ২ বজাত অহা দেওবাৰে আপোনাক মিটআপত উপস্থিত থাকিবলৈ অনুৰোধ জনালো Jyoti Prakash Nath 11:04, 21 জানুৱাৰী 2012 (UTC) আলোচনা ৱিকিপিডিয়া:Meetup/TEZ1
সাৰাংশ:আপুনি সম্পাদনা দণ্ড এৰাই চলিবলৈ আপুনি কৰা সম্পাদনাৰ বাবে "সাৰাংশ" বাকচটোত চমুকৈ একলম লিখি ৰাখিব পাৰে৷ তেতিয়া পূৰ্বৰ সম্পাদকজনে আপোনাৰ নতুন সম্পাদনাখিনিৰ বিষয়ে অৱগত হ'ব৷ ধন্যবাদ৷ Anjal Borah 09:53, 23 জানুৱাৰী 2012 (UTC) মোৰ কেইটামান প্ৰবন্ধত আ- কাৰ, ই-কাৰৰ সমস্যাই কিছুমান পাঠকক কিছুমান অসুবিধাই দেখা দিছিল। তেতিয়া মই অসমীয়া টাইপিঙত অভিজ্ঞ নাছিলো, এতিয়া মই সেই ভুলবোৰ আতৰাইছো। বৰ্তমান অসমীয়া ৱিকিৰ প্ৰবন্ধ ১১৪৩ হোৱা দেখি বহুত ভাল লাগিছে। এনেদৰে সকলোৱে লাগি থাকিলে, অসমীয়া ৱিকি বহুত ওপৰলৈ যোৱাৰ থল আছে। Anshuman.jrt , 24 জানুৱাৰী 2012 পোখালিঅসমীয়া ৱিকিপিডিয়াত আপুনি বহুদিনৰ পৰাই জড়িত হৈ আছে| ইতিহাসত আপুনি আগতে সৃষ্টি কৰা বহুটো পোখালি মই দেখা পাইছো| সেইসমূহৰ অলপ বিকাশ কৰিব পাৰিলে ভাল আছিল| দাৰি ছুটি কৰি থকাতকৈ সেইটোহে ডাঙৰ কথা| দ্দীঘল দাৰি ছুটি কৰা কাম ৱিকিপিডিয়াৰ বটে কৰিব পাৰে| সুফল আশা কৰিলো| বিষ্ণু শইকীয়া বাৰ্তা 11:27, 24 ফেব্ৰুৱাৰী 2012 (UTC) ধন্যবাদ| আপোনাৰ উত্তৰটো পাই ভাল লাগিল| আ- কাৰ, ই-কাৰৰ সমস্যাৰ বাহিৰে পোখালিৰ সমস্যাটোৱো গুৰুতৰ, সেয়ে আম্প্নাক মই অনুৰুধ জনাইছিলো| এতিয়া যিহেতু আপুনি অসমীয়া টাইপিঙত অভিজ্ঞ হৈ পৰিছে, আহক আমি একেলগে মিলিজুলি পোখালিবোৰ উঘালি পেলাওঁ| নে কি কয়? অসমীয়া ৱিকিৰ উন্নতিয়েই অসমীয়া ভাষাৰ উন্নতি। জয় আই অসম| বি:দ্ৰ: কিবা অসুবিধা পালে, মনত পেলাব| বিষ্ণু শইকীয়া বাৰ্তা 14:58, 24 ফেব্ৰুৱাৰী 2012 (UTC)
স্থানান্তৰ
গীতাৰ্থ বৰদলৈ 17:29, 27 ফেব্ৰুৱাৰী 2012 (UTC) পোখালি তালিকা
কথাআপুনি যোৰহাটৰ নহয় জানো? মোক 8822842726 নাম্বাৰত ফোন কৰিবচোন। কথা পাতিম, পাৰিলে লগো কৰিম। -- গীতাৰ্থ বৰদলৈ (talk) 09:53, 15 মাৰ্চ 2012 (UTC)
গুৱাহাটী পৃষ্ঠাখনগুৱাহাটী পৃষ্ঠাখন সদস্য:Gitartha.bordoloi/গুৱাহাটী বৰ্তমান ইয়াত পাবা| দীৰ্ঘদিন অনুবাদ নোহোৱাৰ বাবে সদস্যপৃষ্ঠালৈ লৈ যোৱা হ’ল| ইচ্ছা কৰিলে তুমিও অসম্পূৰ্ণ অনুবাদ কৰিবলগীয়াবোৰ কৰিব পাৰা| বিষ্ণু শইকীয়া⇒✉ 13:23, 1 ফেব্ৰুৱাৰী 2013 (UTC) পৰিবহণবাৰ্তা:অসম ৰাজ্যিক পৰিবহণ নিগম চোৱাচোন| তাত এই বিষয়ে আলোচনা কৰিছো| বিষ্ণু শইকীয়া⇒✉ 15:21, 7 ফেব্ৰুৱাৰী 2013 (UTC) উদ্যমৰ বাবে পদক
Re:অষ্ট্ৰেলিয়া পৃষ্ঠা সৃষ্টিৰ বাবে অনুমতিঅনুমতিৰ প্ৰয়োজন নাই। ধুনীয়াকৈ অন্ততঃ এটা পৰিচ্ছেদ লিখি প্ৰবন্ধটো সৃষ্টি কৰিলেই হ'ব যাতে কাৰো আপত্তি নাথাকে। — গীতাৰ্থ বৰদলৈ (talk) 17:58, 7 November 2015 (ইউ.টি.চি.) ৱিকিপিডিয়া এছিয়ান মাহৰ অন্তিম সপ্তাহনমস্কাৰ! ৱিকিপিডিয়া এছিয়ান মাহত অংশগ্ৰহণ কৰা প্ৰায় শতাধিক ৱিকিপিডিয়ানৰ মাজৰ এজন অংশগ্ৰহণকাৰী হিচাপে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজৰ বহু ৱিকিপিডিয়ানে এই সম্পাদনা মেলাত অতি উৎকৃষ্ট কাম কৰিছে আৰু বহুসংখ্যকে এতিয়াও এই অভিযান সফল কৰি তোলাৰ চেষ্টা কৰি আছে। ইয়াত আপোনাৰ জ্ঞাতাৰ্থে কেইটামান গুৰুত্বপূৰ্ণ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে:
এই সংক্ৰান্তত কিবা প্ৰশ্ন আছে যদি অনুগ্ৰহ কৰি যোগাযোগ কৰক। --দিব্য দত্ত The Asian Month Barnstar!
Rio Olympics Edit-a-thonDear Friends & Wikipedians, Celebrate the world's biggest sporting festival on Wikipedia. The Rio Olympics Edit-a-thon aims to pay tribute to Indian athletes and sportsperson who represent India at Olympics. Please find more details here. The Athlete who represent their country at Olympics, often fail to attain their due recognition. They bring glory to the nation. Let's write articles on them, as a mark of tribute. For every 20 articles created collectively, a tree will be planted. Similarly, when an editor completes 20 articles, a book will be awarded to him/her. Check the main page for more details. Thank you. Abhinav619 (sent using MediaWiki message delivery (talk) 16:54, 16 August 2016 (ইউ.টি.চি.), subscribe/unsubscribe) অক্লান্ত কৰ্মী পদক
- দিব্য দত্ত (বাৰ্তা) 12:48, 26 October 2016 (ইউ.টি.চি.) File uploadKindly use correct license statement while uploading film posters or magazine covers. Those fall under 'fair use rationale' which you can choose in file upload wizard. You cannot share those images under CCA-SA. — গীতাৰ্থ বৰদলৈ (talk) 21:01, 26 October 2016 (ইউ.টি.চি.) এছিয়ান মাহলৈ আমন্ত্ৰণৰং (দূৰদৰ্শন)ৰ বাক্য বিলোপকোনোবা বেনামী ব্যক্তিয়ে Ip address ৰে পৃষ্ঠা খন বাৰে বাৰে খালি কৰি দিছে। কোনে কৰিছে মই জ্ঞাত নহয়। যোৱাকালি ভুলতে কৰা বুলি ঠিক কৰি দিছিলোঁ। আজি আকৌ কৰিছে। পৃষ্ঠা এখন ঠিক কৰা বহুত কঠিন কাম । কৰা সকলে হে বুজিব। খঙো উঠিছিল অলপ, সেয়ে ip address টোত বাৰ্তা এটা দি থৈছোঁ।-অজয় দাস (বাৰ্তা) 15:22, 10 November 2016 (ইউ.টি.চি.) শুভ নৱবৰ্ষ!![]() ![]() ![]() ![]() Thanks for your contributions to Wikipedia, and a Happy New Year to you and yours!
Translation requestHello. Can you translate and upload the articles en:Azerbaijan national football team and en:Azerbaijan Premier League in Assamese Wikipedia? They should not be long. Yours sincerely, Karalainza (talk) 16:43, 22 July 2020 (ইউ.টি.চি.) |
Portal di Ensiklopedia Dunia