লামডিং
লামডিং (Pron:/lʌmˈdɪŋ/)(ইংৰাজী: Lumding) অসমৰ নগাওঁ জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই। ই উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ৰে'লৱে জংচন ৰূপে প্ৰখ্যাত। ইতিহাসলামডিং নামটোৰ উৎস ডিমাছা ভাষাৰ ' লামা' আৰু 'ডিং' শব্দ দুটা যাৰ অৰ্থ ক্ৰমান্বয়ে 'বাট' আৰু 'পোন'। গতিকে লামডিঙৰ সম্পূৰ্ণ অৰ্থ পোন আলিবাট। 'লামা' শব্দৰ পৰা অন্য এটা কাষৰীয়া ৰে'লৱে ষ্টেচনৰ 'লামাছাখং' ( Lamasakhong) ৰখা হৈছে, যাৰ অৰ্থ 'সৰু আলিবাটেৰে পূৰ্ণ উপত্যকা (valley of small paths)। ভৌগোলিক বিৱৰণআন্তঃগাঁথনি২০১১ চনৰ লোকপিয়ল অনুসৰি,[1] মুঠ জনসংখ্যা ৩১,৩৪৭ জন। [2] যাতায়ত ব্যৱস্থালামডিং উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য বিভাগ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ ৰে'লৱে জংচন। এই জংচনটোৱে অসমক ত্ৰিপুৰাৰ সৈতে সংযোজিত কৰিছে। ইয়াটো লামডিং-বদৰপুৰ-শিলচৰ-আগৰতলা হৈ গৈছে। শিক্ষালামডিঙত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
মহাবিদ্যালয় :
ৰাজনীতিলামডিং নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।[3] উল্লেখযোগ্য ব্যক্তিতথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia