যীশু
উল্লেখনীয় যে, প্ৰায় সকলো আধুনিক পণ্ডিতে সন্মত হয় যে যীশু ঐতিহাসিকভাৱে বিদ্যমান আছিল।[1] ঐতিহাসিক যীশুৰ অন্বেষণে গছপেল (Gospel) ৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতাৰ ওপৰত আৰু নিউ টেষ্টামেণ্ট ( New Testament) ত যীশুক কিমান নিবিড়ভাৱে চিত্ৰিত কৰিছে সেই বিষয়ে কিছু অনিশ্চয়তা সৃষ্টি কৰিছে, যিহেতু যীচুৰ জীৱনৰ একমাত্ৰ অভিলেখ বোৰ গছপেল (Gospel)-ত অন্তৰ্ভুক্ত আছে।[2] যীশু এজন গালিলান ইহুদী আছিল,[3] যাক জন দ্য বেপ্টিষ্টে বেপ্টিজ্কৰন কৰিছিল আৰু তেওঁ নিজৰ পৰিচৰ্য্যা আৰম্ভ কৰিছিল। প্ৰথমতে মৌখিকভৱে তেওঁৰ শিক্ষাসমূহ সংৰক্ষণ কৰা হৈছিল[4] আৰু তেওঁক প্ৰায়ে "ৰাব্বি" বুলি কোৱা হৈছিল।[Wqe 1] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia