মিথিলেশ চতুৰ্বেদী (ইংৰাজী: Mithilesh Chaturvedi; ১১ অক্টোবৰ ১৯৫৪ – ৩ আগষ্ট ২০২২)[1] এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু ৰঙ্গমঞ্চ অভিনেতা আছিল।
জীৱনী
মিথিলেশ চতুৰ্বেদী এগৰাকী ভাৰতীয় অভিনেতা আছিল, তেওঁ সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছিল৷[2]
চতুৰ্বেদীয়ে “কই... মিল গয়া”, “সত্য”, “গদাৰ: এক প্ৰেম কথা”, “মোহল্লা আছি”, “খ্ৰীষ”, আৰু “স্ক্যম ১৯৯২: দ্য হৰ্ষদ মেহতা ষ্ট'ৰী”ৰ দৰে ৱেব ছিৰিজত কাম কৰিছিল। তেওঁ পৰিচালক প্ৰেম তিৱাৰী, কুঁৱৰ কল্যাণ সিং, বনসী কৌল, সূৰ্য মোহন কুলশ্ৰেষ্ঠ, দীন নাথ, উৰ্মিল থাপলিয়ালকে আদি কৰি অনুপম খেৰৰ লগতো অভিনয় কৰিছে।
চলচ্চিত্ৰপঞ্জী
তথ্যসূত্ৰ
বাহ্যিক সংযোগ