মহানন্দ মজিন্দাৰ বৰুৱা

মহানন্দ মজিন্দাৰ বৰুৱা
জন্ম ৬ ছেপ্টেম্বৰ, ১৯৪৩
নাজিৰা, শিৱসাগৰ, অসম
মৃত্যু ২০ মে', ২০১০
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
পেচা কণ্ঠশিল্পী

মহানন্দ মজিন্দাৰ বৰুৱা (ইংৰাজী: Mahananda Majinder Baruah) অসমৰ এগৰাকী কণ্ঠশিল্পী আছিল। ১৯৪৩ চনৰ ৬ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ নাজিৰাত তেওঁ জন্মগ্ৰহণ কৰে। ২০১০ চনৰ ২০ মে'ত গুৱাহাটীত বৰুৱাৰ দেহাৱসান ঘটে।

কৰ্মজীৱন


তথ্য সংগ্ৰহ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia