ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক (ইংৰাজী: Public Sector Bank; চমুকৈ PSB) হৈছে ভাৰত চৰকাৰৰ মালিকানাধীন আৰু পৰিচালিত বেংক। ইয়াক ৰাষ্ট্ৰীয়কৃত বেংক (Nationalised Bank) বুলিও কোৱা হয়।[1] বেংকিং উদ্যোগ নিয়ন্ত্ৰণ আৰু বিত্তীয় অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে ১৯৬৯ চনত এই বেংকসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা হয়।[1] ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত বিশেষকৈ গ্ৰাম্য আৰু কম সেৱা লাভ কৰা অঞ্চলসমূহলৈ বেংকিং সেৱা প্ৰদানৰ ক্ষেত্ৰত পি এছ বিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।[2]
এই বেংকসমূহত সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব (অৰ্থাৎ ৫০%তকৈ অধিক) ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয় নতুবা ভাৰতৰ বিভিন্ন ৰাজ্য চৰকাৰৰ ৰাজ্যিক বিত্ত মন্ত্ৰালয়ৰ হাতত থাকে। এই ৰাজহুৱা খণ্ডৰ বেংকসমূহক শ্বেয়াৰ ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰা হয়।[3]
ৰাষ্ট্ৰীয়কৃত বেংকৰ তালিকা
২০২৩ চনৰ ১ মাৰ্চলৈকে ১২টা
ৰাষ্ট্ৰীয়কৃত বেংক আছে।
বেংকৰ নাম |
স্থাপিত |
মুখ্য কাৰ্যালয় |
চৰকাৰৰ অংশ |
শাখাৰ সংখ্যা
|
বেংক অৱ বৰোদা |
১৯০৮ |
বডোদৰা, গুজৰাট |
৬৩.৯৭% |
৮,৩১০
|
বেংক অৱ ইণ্ডিয়া |
১৯০৬ |
মুম্বাই, মহাৰাষ্ট্ৰ |
৮১.৪১% |
৫,০৮৪
|
বেংক অৱ মহাৰাষ্ট্ৰ |
১৯৩৫ |
পুনে, মহাৰাষ্ট্ৰ |
৯০.৯৭% |
২,০২২
|
কানাড়া বেংক |
১৯০৬ |
বেংগালুৰু, কৰ্ণাটক |
৬২.৯৩% |
১০,৪১৬
|
চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া |
১৯১১ |
মুম্বাই, মহাৰাষ্ট্ৰ |
৯৩.০৮% |
৪,৬০৮
|
ইণ্ডিয়ান বেংক |
১৯০৭ |
চেন্নাই, তামিলনাডু |
৭৯.৯০% |
৫,৭৪৪
|
ইণ্ডিয়ান অভাৰচিজ বেংক |
১৯৩৭ |
চেন্নাই, তামিলনাডু |
৯৬.৩৮% |
৩,২১৭
|
পঞ্জাৱ এণ্ড সিন্ধ বেংক |
১৯০৮ |
নতুন দিল্লী, দিল্লী |
৯৭.০৭% |
১,৫২৭
|
পঞ্জাৱ নেচনেল বেংক |
১৮৯৪ |
নতুন দিল্লী, দিল্লী |
৭৩.১৫% |
১০,৭৬৯
|
ষ্টেট বেংক অৱ ইণ্ডিয়া |
১৯৫৫ |
মুম্বাই, মহাৰাষ্ট্ৰ |
৫৭.৬২% |
২২,২১৯
|
ইউকো বেংক |
১৯৪৩ |
কলকাতা, পশ্চিমবংগ |
৯৫.৩৯% |
৩,০৮৭
|
ইউনিয়ন বেংক অৱ ইণ্ডিয়া |
১৯১৯ |
মুম্বাই, মহাৰাষ্ট্ৰ |
৮৩.৪৯% |
৯,৩১৫
|
আঞ্চলিক গ্ৰাম্য বেংক
অন্ধ্ৰ প্ৰদেশ
- অন্ধ্ৰ প্ৰগতি গ্ৰামীনা বেংক
- চৈতন্য গোদাবৰী গ্ৰামীন বেংক
- সপ্তগিৰি গ্ৰামীন বেংক
অৰুণাচল প্ৰদেশ
- অৰুণাচল প্ৰদেশ ৰুৰেল বেংক
অসম
বিহাৰ
- দক্ষিণ বিহাৰ গ্ৰামীন বেংক
- উত্তৰ বিহাৰ গ্ৰামীন বেংক
ছত্তীশগড়
- ছত্তীশগড় ৰাজ্য গ্ৰামীন বেংক
গুজৰাট
- বৰোদা গুজৰাট গ্ৰামীন বেংক
- সৌৰাষ্ট্ৰ গ্ৰামীন বেংক
হাৰিয়ানা
- সৰ্ব হাৰিয়ানা গ্ৰামীন বেংক
হিমাচল প্ৰদেশ
- হিমাচল প্ৰদেশ গ্ৰামীন বেংক
জম্মু-কাশ্মীৰ
- জে এণ্ড কে গ্ৰামীন বেংক
- এলাকুই দেহাতি বেংক
ঝাৰখণ্ড
- ঝাৰখণ্ড ৰাজ্য গ্ৰামীন বেংক
কৰ্ণাটক
- কৰ্ণাটক গ্ৰামীন বেংক
- কৰ্ণাটক বিকাশ গ্ৰামীনা বেংক
কেৰালা
মধ্য প্ৰদেশ
- মধ্যাঞ্চল গ্ৰামীন বেংক
- মধ্য প্ৰদেশ গ্ৰামীন বেংক
মহাৰাষ্ট্ৰ
- মহাৰাষ্ট্ৰ গ্ৰামীন বেংক
- বিদৰ্ভা কোংকন গ্ৰামীন বেংক
মণিপুৰ
মেঘালয়
মিজোৰাম
নাগালেণ্ড
উৰিষ্যা
- ওড়িশা গ্ৰাম্য বেংক
- উৎকাল গ্ৰামীণ বেংক
পুডুচেৰী
- পুডুবাই ভৰতীয়াৰ গ্ৰামা বেংক
পঞ্জাৱ
ৰাজস্থান
- বৰোদা ৰাজস্থান ক্ষেত্ৰীয় গ্ৰামীন বেংক
- ৰাজস্থান মৰুধৰা গ্ৰামীন বেংক
তামিলনাডু
তেলেংগানা
অন্ধ্ৰ প্ৰদেশ
- অন্ধ্ৰ প্ৰদেশ গ্ৰামীণা বিকাশ বেংক
ত্ৰিপুৰা
উত্তৰ প্ৰদেশ
- আৰ্যৱৰ্ত বেংক
- প্ৰথমা ইউ পি গ্ৰামীন বেংক
- বৰোদা ইউ পি বেংক
উত্তৰাখণ্ড
পশ্চিম বংগ
- পশ্চিম বংগ গ্ৰামীন বেংক
- বঙ্গীয় গ্ৰামীণ বিকাশ বেংক
- উত্তৰবংগ ক্ষেত্ৰীয় গ্ৰামীন বেংক
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 "Nationalised Banks: ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহ". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/general-knowledge/nationalised-banks.
- ↑ "কেন্দ্ৰীয় বেংক". dailyassam.com. https://www.dailyassam.com/2021/07/blog-post_20.html.
- ↑ "Class 12 | Banking | Chapter 1 | ভাৰতবৰ্ষত বাণিজ্যিক বেংক". devlibrary.in. https://devlibrary.in/class-12-banking-chapter-1-solutions/2/.