ভাপ ইঞ্জিন

১৮১৭ চনত বল্টন আৰু ৱাটে বনোৱা ভাপকল, ইয়াক নেডাৰটনৰ লো কাৰু-কাৰ্যত ব্যৱহাৰ কৰিছিল ।

ভাপ ইঞ্জিন হৈছে এবিধ তাপ ইঞ্জিন যিয়ে ভাপক কাৰ্যকাৰী তৰল হিচাপে ব্যৱহাৰ কৰি (Working fluid) যান্ত্ৰিক কাৰ্য কৰে। প্ৰায় ২০০০ বছৰৰ আগতেই গৰম পানীৰ ভাপৰ সহায়ত বিভিন্ন গতি সৃষ্টি কৰিছিল যদিও ব্যৱহাৰযোগ্য কোনো সঁজুলি পোৱা নাযায়। ১৬০৬ চনত স্পেনিছ উদ্ভাৱক জিৰ'নিম' দি আয়ানজ্‌ বুমণ্টে (Jerónimo de Ayanz y Beaumont) প্ৰথম ভাপ ইঞ্জিনৰ পেটেণ্ট কৰিছিল।

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia