বৰপেটা ৰোড

বৰপেটা ৰোড
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বৰপেটা জিলা
জনসংখ্যা
 (2001)
 • মুঠ
35,281

বৰপেটা ৰোড (ইংৰাজী: Barpeta Road) অসমবৰপেটা জিলাত অৱস্থিত এখন ঠাই৷

ইতিহাস

ভৌগোলিক বিৱৰণ

বৰপেটা ৰোডৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা প্ৰায় ৫০ মিটাৰ (১৬৫ ফুট)৷

আন্ত:গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি বৰপেটা ৰোডৰ মুঠ জনসংখ্যা ৫৭,০০০ [1]জন৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ বৰপেটা ৰোড ৰ গড় সাক্ষৰতাৰ হাৰ ৭৪% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৫৭% আৰু ৫৩%৷

যাতায়ত ব্যৱস্থা

গুৱাহাটীৰ পৰা বৰপেটালৈ দূৰত্ব ১৩৫ কি:মি:(৮৪ মাইল) আৰু ৰে'লেৰে এই দূৰত্ব ১১৩ কি:মি:(৭০ মাইল) ৷ গুৱাহাটী চহৰলৈ বৰপেটাৰ পৰা ৰে'ল আৰু বাছেৰে আহিব পাৰি ৷

শিক্ষা

বিদ্যালয়-

  • গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়
  • কে কে দাস বালিকা উচ্চ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়-

  • গণেশলাল চৌধুৰী মহাবিদ্যালয়

উল্লেখযোগ্য ব্যক্তি

উল্লেখযোগ্য স্থান

বৰপেটা ৰোডৰ মাজভাগত অৱস্থিত Banas Lake

‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌

তথ্যসূত্ৰ

‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia