বোকাজান

বোকাজান
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কাৰ্বি আংলং
চৰকাৰ
 • স্থানীয় সাংসদ বীৰেন সিং ইংতি
উচ্চতা
১৩৮ মিটাৰ (৪৫৩ ফুট)
জনসংখ্যা
 (2001)
 • মুঠ
14,938

বোকাজান (ইংৰাজী: Bokajan)(IPA: ˈbəʊkəˌdʒɑːn)অসমকাৰ্বি আংলং জিলাত অৱস্থিত এখন ঠাই৷

ভৌগোলিক অৱস্থান

বোকাজানৰ ভৌগোলিক অৱস্থান 26°01′N 93°47′E / 26.02°N 93.78°E / 26.02; 93.78.[1] ৷ এই অঞ্চলৰ সাগৰ-পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ১৩৮ মিটাৰ অৰ্থাৎ ৪৫২ ফুট৷ এই অঞ্চল নাগালেণ্ডডিমাপুৰৰ পৰা প্ৰায় ১৫ কি:মি দুৰত্বত অৱস্থিত৷

জনসংখ্যা

২০০১ চনৰ বাৰ্ষিক লোকপিয়ল অনুসৰি বোকাজানৰ মুঠ জনসংখ্যা ১৪,৯৩৮ জন৷ [2] ইয়াৰে ৫৬% পুৰুষ আৰু ৪৪% মহিলা৷ বোকাজানৰ গড় সাক্ষৰতাৰ হাৰ ৫৯.৫%, পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮০% আৰু ৬৮%৷ ইয়াৰ মুঠ জনসংখ্যাৰ ১২% ছয় বছৰৰ অনুৰ্ধৰ৷

শিক্ষা

বোকাজানৰ প্ৰধান শিক্ষাৰ প্ৰতিষ্ঠানসমূহ হ'ল-

  • বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • শান্তিনিকেতন ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়
  • কেন্দ্ৰীয় বিদ্যালয়, বোকাজান
  • জিন বাবা হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়
  • বিদ্যাসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়
  • বিদ্যাসাগৰ কনিষ্ঠ মহাবিদ্যালয়
  • ৰাধা গোবিন্দ উচ্চ মাধ্যমিক বিদ্যালয়

ৰাজনীতি

বোকাজান স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [3]

তথ্যসূত্ৰ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia