বাৰ্তা:তেজপুৰ

"তেজপুৰ" বুলি কোনো জিলা বা গাঁও নাই। গতিকে শিৰোনামাত "নগৰ" বুলি নিলিখিলেও হ'ব। Gitartha.bordoloi 08:00, 25 নভেম্বৰ 2011 (UTC)

অকল "তেজপুৰ" কৰি দিলোঁ দেই। Gitartha.bordoloi 08:29, 26 নভেম্বৰ 2011 (UTC)

তথ্যসূত্ৰ

বিষ্ণু দা প্ৰবন্ধটোত কেইটামান তথ্যসূত্ৰ দিব। নহ'লে কথাটো বেয়া হয়। Gitartha.bordoloi 10:22, 26 নভেম্বৰ 2011 (UTC)

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia