বাৰ্তা:অসমৰ গামোচা

গামোছা নে গামোচা৷ নে দুয়োটাই ব্যৱহাৰ হয়?

Anjal Borah (talk) 12:39, 27 মাৰ্চ 2012 (UTC)

ম‍ই জনামতে গামোছা| কিন্তু গামোচা শব্দটোও হ’ব পাৰে| গা (দেহা) + মুচ (মোহাৰা) = গামোচা| সেইফালৰ পৰা গামোচা হ’ব| অভিধান চাবচোন| বিষ্ণু শ‍ইকীয়া বাৰ্তা
হেমকোষ, আধুনিক অসমীয়া অভিধান, নতুন অসমীয়া অভিধানৰ মতে "গামোচা"। অনলাইন চন্দ্ৰকান্তত গামোচা/গামোছা দুয়োটা আছে। — গীতাৰ্থ বৰদলৈ (talk)


তেন্তে গামোচা হিচাপেই লিখা ভাল হ’ব চাগে| লগতে এই ইংৰাজী প্ৰবন্ধটোত বাংলা আৰু বিহাৰী লোকসকলেও গামোচা ব্যৱহাৰ কৰাৰ কথা লিখিছে| মন কৰিবচোন কথাটো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:05, 28 মাৰ্চ 2012 (UTC)


বিষ্ণুৱে লিখাৰ দৰে ময়ো কব বিচাৰিছো যে গামোচা কেৱল অসমীয়াৰ সম্পত্তি নহয়, ইয়াক বাঙালী আৰু বিহাৰী লোকেও ব্যৱহাৰ কৰে। অৱশ্যে তেওঁলোকৰ গামোচাৰ ডিজাইন বেলেগ আৰু অসমীয়াৰ দৰে মান ধৰিবলৈ তেওঁলোকে গামোচা ব্যৱহাৰ নকৰে। এতেকে ‘আহোম সাম্ৰাজ্যৰ পৰাই অসমত গামোছাৰ প্ৰচলন আছে৷ ’ বাক্যটো মচি দিয়া হওক। কাৰণ ই ভুল তথ্য। — বাবুল বৈশ্য

গামোচাই এতিয়াও জিয়'গ্ৰাফিকেল ইণ্ডিকেচন মাৰ্ক লাভ কৰা নাই; GI Mark ৰ বাবে কোনোবা এটা বেপাৰী সন্থাই আবেদনহে জনাইছে। — বাবুল বৈশ্য

যিহেতু অসমীয়াৰ বাদে বঙালী, বিহাৰী আৰু উৰিয়া মানুহেও গামোছা ব্যৱহাৰ কৰে সেয়েহে প্ৰথম পেৰাটোত আৰু অকন যোগ দিয়া হল। Jyoti Prakash Nath (talk) 06:07, 30 মাৰ্চ 2012 (UTC)

গামোচাৰ ভৌগোলিক স্বীকৃতি

এই লিংকত উপলব্ধ তালিকাত গামোচাৰ নাম উল্লেখ কৰা নেদেখিলোঁ। গতিকে ৱিকিৰ পৰা গামোচাই ভৌগোলিক স্বীকৃতি পোৱা বুলি থকা কথাটো বিলোপ কৰিবলৈ অনুৰোধ কৰিলোঁ। দিব্য দত্ত (বাৰ্তা) 15:49, 23 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ক'ৰা হ'ল।--Chandan Chiring Phukon Chat 16:02, 23 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia