বাসুগাঁও
বাসুগাঁও (ইংৰাজী: Basugaon, (IPA:ˈbɑːsʊˌgɑ̃ʊ)) অসমৰ চিৰাং জিলাত অৱস্থিত এখন নগৰ৷ ভৌগোলিক বিৱৰণশিক্ষাউল্লেখযোগ্য বিদ্যালয়
উল্লেখযোগ্য মহাবিদ্যালয়
যাতায়ত ব্যৱস্থাৰেলপথবাসুগাঁও উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অন্তৰ্ভুক্ত৷ চিৰাং জিলাত থকা ৰেলৱে ষ্টেচনৰ ভিতৰত বাসুগাঁও ৰেলৱে ষ্টেচন অন্যতম৷ অন্যান্য পথ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে বাসুগাঁওক অন্যান্য ৰাজ্য যেনে বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ সৈতে সংযোগ কৰিছে৷ তাৰোপৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথো এই অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে৷ উল্লেখযোগ্য স্থানমঠ-মন্দিৰ
তথ্যসূত্ৰ
|