বদৰপুৰ

বদৰপুৰ
বদরপুর
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কৰিমগঞ্জ
উচ্চতা
১৬ মিটাৰ (৫২ ফুট)
জনসংখ্যা
 (2001)
 • মুঠ
11,291

বদৰপুৰ (ইংৰাজী: Badarpur; বঙালী: বদব়পুব়) অসমকৰিমগঞ্জ জিলাত অৱস্থিত এখন নগৰ৷ বদৰপুৰ ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে কৰিমগঞ্জ জিলাৰ অন্তৰ্গত আছিল।

ভৌগোলিক অৱস্থান

ভৌগোলিকভাৱে বদৰপুৰ 24°54′N 92°36′E / 24.9°N 92.6°E / 24.9; 92.6 অৱস্থানত অৱস্থিত৷[1] সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ১৬ মিটাৰ (৫২ ফুট)৷


আন্ত:গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] বদৰপুৰৰ মুঠ জনসংখ্যা ১১,২৯১ জন৷ [3] ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ বদৰপুৰৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷

বদৰপুৰৰ গড় সাক্ষৰতাৰ হাৰ ৮৪%৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭৪% আৰু ৫৬%৷

যাতায়ত ব্যৱস্থা

ৰেল আৰু নৈশ বাছ সেৱাৰ সুবিধা আছে।

শিক্ষা

ৰাজনীতি

বদৰপুৰ কৰিমগঞ্জ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [4]

তথ্যসূত্ৰ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia