ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক ১১ খন জিলাত ভাগ কৰা হৈছে।[1] ১৯৯৭ চনৰ জানুৱাৰী মাহত ইয়াৰে ৯ খন জিলাৰ গঠন কৰা হয়। তাৰ আগতে দিল্লীত কেৱল এখনেই জিলা আছিল আৰু তাৰ সদৰ আছিল তিচ-হাজাৰী। ২০১২ চনৰ ছেপ্টেম্বৰত নতুনকৈ দুখন জিলাৰ গঠন কৰা হয়: এই দুখন হৈছে দক্ষিণ পূব দিল্লী জিলা আৰু শাহদৰা জিলা।[2] বৰ্তমানৰ প্ৰতিখন জিলাৰ মুৰব্বী হৈছে জিলা উপায়ুক্ত আৰু প্ৰতিখন জিলাকে তিনিটা মহকুমাত বিভক্ত কৰা হৈছে।
ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ জিলাসমূহ
নং
|
জিলা
|
সদৰ
|
মহকুমা
|
১
|
নতুন দিল্লী |
কনট প্লেচ
|
চাণক্যপুৰী
|
দিল্লী ছাউনী
|
বসন্ত বিহাৰ
|
২
|
উত্তৰ দিল্লী |
আলিপুৰ
|
মডেল টাউন[3]
|
নাৰেলা
|
আলিপুৰ
|
৩
|
উত্তৰ পশ্চিম দিল্লী |
কানঝাৱালা
|
ৰোহিনী
|
কানঝাৱালা
|
সৰস্বতী বিহাৰ
|
৪
|
পশ্চিম দিল্লী |
ৰাজৌৰী গাৰ্ডেন
|
পটেল নগৰ
|
পঞ্জাবী বাগ
|
ৰাজৌৰী গাৰ্ডেন
|
৬
|
দক্ষিণ পশ্চিম দিল্লী |
দ্বাৰকা
|
দ্বাৰকা
|
নজফগড়
|
কাপাশেৰা
|
৬
|
দক্ষিণ দিল্লী |
চাকেট
|
চাকেট
|
হৌজ খাচ
|
মেহৰুলি
|
৭
|
দক্ষিণ পূব দিল্লী |
ডিফেন্স কলনী
|
ডিফেন্স কলনী
|
কালকাজি
|
চৰিতা বিহাৰ
|
৮
|
মধ্য দিল্লী |
দৰিয়াগঞ্জ
|
ক'টৱালি
|
চিভিল লাইন্চ
|
কৰোল বাগ
|
৯
|
উত্তৰ পূব দিল্লী |
নন্দ নগৰী
|
চীলমপুৰ
|
যমুনা বিহাৰ
|
কাৰাৱাল নগৰ
|
১২
|
শাহদৰা |
শাহদৰা
|
শাহদৰা
|
শীমাপুৰী
|
বিবেক বিহাৰ
|
১১
|
পূব দিল্লী |
প্ৰীত বিহাৰ
|
গান্ধী নগৰ
|
প্ৰীত বিহাৰ
|
ময়ূৰ বিহাৰ
|
তথ্যসূত্ৰ
- ↑ "districts of delhi". http://www.mapsofindia.com/delhi/districts/.
- ↑ Two new districts added to Delhi in 2012
- ↑ "North West District: Organisation Setup". Government of Delhi website. http://delhi.gov.in/wps/wcm/connect/doit_northwest/North+West+District/Home/Organisation+Setup.