ত্ৰিপুৰাৰ জিলাসমূহ

ত্ৰিপুৰাৰ জিলাসমূহ

ভাৰতৰ ৰাজ্য ত্ৰিপুৰাক ৮ খন জিলাত বিভক্ত কৰা হৈছে।

শাসন প্ৰণালী

ত্ৰিপুৰাৰ প্ৰতিখন জিলা একো একোজন উপায়ুক্তই শাসন কৰে। তেওঁ জিলাখনৰ তিনিটা পদৰ শাসনভাৰ পৰিচালনা কৰে, উপায়ুক্ত, জিলা দণ্ডাধিকাৰী আৰু District Collector। উপায়ুক্ত হিচাপে তেৱেঁই হৈছে জিলাখনৰ প্ৰশাসনিক বিষয়া। জিলা দণ্ডাধিকাৰী হিচাপে তেওঁ জিলাখনৰ আইন পৰিস্থিতি পৰইচালনা কৰে। District Collector হিচাপে তেওঁ জিলাখনৰ প্ৰধান কৰ বিষয়া আৰু সেই সূত্ৰে তেওঁ কৰ সংগ্ৰহ বিভাগটো চোৱা-চিতা কৰে। জিলাখনৰ পুলিছ সম্বন্ধীয় শাখা পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে। এখন জিলাক এটা বা তাতোতকৈ অধিক মহকুমাত ভাগ কৰা হৈছে। ইয়াক পুনৰ মৌজা আৰু ব্লকত বিভক্ত কৰা হৈছে।

জিলাসমূহ

ক'ড[1] জিলা সদৰ জনসংখ্যা
(২০১১)[2]
মাটিকালি
(বৰ্গ কিমি)
জনঘনত্ব
(প্ৰতি বৰ্গ কিমি)[2]
ৱেবছাইট
DH ধলাই আম্বাচা ৩,৭৭,৯৮৮ ২,৪০০ ১৫৭ dhalai.gov.in
GM গোমতী উদয়পুৰ ৪,৩৬,৮৬৮ ১,৫২২.৮ ২৮৭ gomati.nic.in
KH খোৱাই[3] খোৱাই ৩,২৭,৩৯১ ১,০০৫.৬৭ ৩২৬ khowai.nic.in
NT উত্তৰ ত্ৰিপুৰা ধৰ্মনগৰ ৪,১৫,৯৪৬ ১,৪৪৪.৫ ২৮৮ northtripura.gov.in
SP চিপাহীজলা[4] বিশ্ৰামগঞ্জ ৪,৮৪,২৩৩ ১,০৪৪.৭৮ ৪৬৩ sepahijala.nic.in
ST দক্ষিণ ত্ৰিপুৰা বেলুনিয়া ৪,৩৩,৭৩৭ ১,৫৩৪.২ ২৮৩ southtripura.nic.in
UK ঊনকোটি[5] কৈলাচহৰ ২,৭৭,৩৩৫ ৫৯১.৯৩ ৪৬৯ unakoti.nic.in
WT পশ্চিম ত্ৰিপুৰা আগৰতলা ৯,১৭,৫৩৪ ৯৪২.৫৫ ৯৭৩ westtripura.nic.in

তথ্য সংগ্ৰহ

  1. "NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2" (PDF). Ministry Of Communications and Information Technology, Government of India. 18 August 2004. পৃষ্ঠাসমূহ: 5–10. Archived from the original on 11 September 2008. https://web.archive.org/web/20080911133331/https://www.mail.nic.in/docs/MailService_e-mail_address_Policy_WithCodes.pdf। আহৰণ কৰা হৈছে: 24 November 2008. 
  2. 2.0 2.1 "Indian Districts by Population, Growth Rate, Sex Ratio 2011 Census". 2011 census of India. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 27 December 2012. 
  3. খোৱাই জিলা ২০১১ চনৰ লোকপিয়লৰ সময়ত গঠিত হোৱা নাছিল।
  4. চিপাহীজলা জিলা ২০১১ চনৰ লোকপিয়লৰ সময়ত গঠিত হোৱা নাছিল।
  5. ঊনকোটি জিলা ২০১১ চনৰ লোকপিয়লৰ সময়ত গঠিত হোৱা নাছিল।