ডকমোকা
ডকমোকা ( /dɒkˈmoʊkə/)(ইংৰাজী: Dokmoka) অসমৰ কাৰ্বি আংলং জিলাৰ এখন পৌৰ-নগৰ। ইয়াৰ এখন নিজা নগৰ-সমিতি আছে।[1] ইতিহাসভৌগোলিক বিৱৰণআন্তঃগাঁথনি২০১১ চনৰ লোকপিয়ল অনুসৰি ডকমোকাৰ মুঠ জনসংখ্যা ৪৬৭০ জন[2]। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। মুঠ জনসংখ্যাৰ ১৫% ছয় বছৰৰ অনুৰ্ধৰ। ডকমোকাৰ গড় সাক্ষৰতাৰ হাৰ ৬৬%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৭৩% আৰু ৫৮%। যাতায়ত ব্যৱস্থাডিফু-নগাওঁ ঘাইপথৰ পৰা ডকমোকাৰ দুৰত্ব প্ৰায় ৮৫ কিমি। ইয়াৰ মাজেৰে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ গৈছে। শিক্ষাবিদ্যালয়-Nihang Rongphar English school মহাবিদ্যালয়-Thok Nogbe College ৰাজনীতিউল্লেখযোগ্য ব্যক্তিউল্লেখযোগ্য স্থান
চিত্ৰভঁৰাল
তথ্যসূত্ৰ
|