চিত্ৰ:মূগা কাপোৰ ২.jpeg

সাৰাংশ

বৰ্ণনা

মূগ পলুৰ লেটাৰ পৰা টাকুৰীৰে সূতা কাটি মূগা সূতা তৈয়াৰ কৰা হয়। অসমীয়া শিপিনী এই কাৰ্য্যত পাকৈত, মূগা সূতা তাঁত শালত লগাই বৈ মূগা কাপোৰ তৈয়াৰ কৰে। বিহু মাৰিবলৈ যোৱা নাচনীৰ অতিকৈ মৰমৰ মূগা সাজযোৰ। মূগা কাপোৰৰ লগত বহুতো বিহু গীত যোজনাও জড়িত হৈ আছে।

উৎস

নিজা কাম

তাৰিখ

২৬ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia