চিত্ৰ:নাগাৰা.jpeg

সাৰাংশ

বৰ্ণনা

নেগেৰা এবিধ বাদ্য। প্ৰসনীয়া নাম, থিয় নাম, দিহানাম আদি নাম গাৱলৈ নামৰ চেঁৱে চেঁৱে এই নেগেৰা বজোৱা হয়। নেগেৰাৰ ডিমাটো কাঠৰে তৈয়াৰী, মুখৰ ফালে জন্তুৰ ছাল ব্যৱহাৰ কৰা হয়। একেলগে দুটা নেগেৰা বা তাতোধিক নেগেৰা বজোৱা দেখা যায়। বাঁহৰ দুডাল মাৰিয়েই নেগেৰা বজাবলৈ ব্যৱহাৰ কৰা হয়।

উৎস

নিজা কাম

তাৰিখ

২৬ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia