ঘৰুৱা নিৰ্যাতনগৃহ নিৰ্যাতন বা ঘৰুৱা নিৰ্যাতন হ'ল কোনো নাৰীক নিজৰ গৃহৰ ভিতৰতে পৰিয়ালৰেই অন্য কোনো ব্যক্তিৰ দ্বাৰা শাৰীৰিক বা মানসিকভাৱে নিপীড়ন বা নিৰ্যাতন কৰা কাৰ্য। নিৰ্যাতনৰ ধৰণগৃহ নিৰ্যাতনৰ প্ৰধান ধৰণবোৰৰ ভিতৰত আছে: গৃহ নিৰ্যাতনৰ কাৰণগৃহ নিৰ্যাতনৰ প্ৰধান কাৰণবোৰৰ ভিতৰত আছে:
গৃহ নিৰ্যাতনৰ প্ৰভাব
অঞ্চল ভিত্তিক তথ্যপৃথিবীৰ বিভিন্ন স্থানত এই ধৰণৰ নিৰ্যাতনৰ ঘটনা অহৰহ ঘটি থাকে; সাধাৰণতে তুলনামূলকভাৱে যুদ্ধ বিদ্ধস্থ অঞ্চল, নিম্ন−উন্নয়নশীল অঞ্চল আৰু শিক্ষাৰ হাৰ যিবোৰ অঞ্চলত কম সেইবোৰ অঞ্চলত এনে নিৰ্যাতনৰ প্ৰকোপ বেছি লক্ষণীয়। এছিয়াদক্ষিণ এছিয়ামধ্যপ্ৰাচ্যইউৰোপৰাছিয়াত প্ৰতিবছৰে ৬ লক্ষ নাৰী নিজৰ গৃহত নিৰ্যাতনৰ চিকাৰ হয়[4]। যুদ্ধ-বিদ্ধস্থ ছাৰ্বিয়াত প্ৰতি ৩ গৰাকী নাৰীৰ ভিতৰত এগৰাকী নাৰী এই ধৰণৰ নিৰ্যাতনৰ চিকাৰ হয়[2]। অন্য ফালে, জাৰ্মানিত প্ৰতিবছৰে প্ৰায় ৪০ হাজাৰ মহিলা নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ মহিলাসকলৰ সাহায্যাৰ্থে গঢ়ি উঠা বিভিন্ন আশ্ৰয় কেন্দ্ৰত আহি আশ্ৰয় লয়।[1] প্ৰতিকাৰৰ উপায়তথ্য সংগ্ৰহবহি:সংযোগ |
Portal di Ensiklopedia Dunia