খেন্‌ বংশ

কামৰূপ ৰাজ্য
খেন্‌ বংশ

১৪৪০ খ্ৰীষ্টাব্দ–১৮৯৮ খ্ৰীষ্টাব্দ
ধৰ্ম
হিন্দু ধৰ্ম
Government ৰাজতন্ত্ৰ

• ১৪৪০-১৪৬০ খ্ৰীষ্টাব্দ
নীলধ্বজ
• ১৪৬০-১৪৮০ খ্ৰীষ্টাব্দ
চক্ৰধ্বজ
• ১৪৮০-১৪৯৮ খ্ৰীষ্টাব্দ
নীলাম্বৰ
ইতিহাস  
• Established
১৪৪০ খ্ৰীষ্টাব্দ
• Disestablished
১৮৯৮ খ্ৰীষ্টাব্দ

খেন্‌ বংশ মধ্যযুগত কামৰূপ ৰাজ্য শাসন কৰা এটা ৰাজবংশ। আৰিমত্তৰ বংশধৰ শেষৰজন ৰজা মৃগাংক (১৪১৫-১৪৪০) অপুত্ৰক হোৱা বাবে তেওঁৰ মৃত্যুৰ পাছত কমতাৰাজৰ অধীনৰ ভূঞাসকলৰ মাজৰ নীলধ্বজ নামৰ এজন ভূঞাই ১৪৪০ চনত গৌড়ৰ সিংহাসন দখল কৰে। তেৱেঁই কামৰূপ-কমতাত খেন্‌ বা খান বা সেন বংশৰ পাতনি মেলে। নীলধ্বজৰ পাছত পুতেক চক্ৰধ্বজ আৰু তাৰ পাছত চক্ৰধ্বজৰ পুত্ৰ নীলাম্বৰ ৰজা হয়। গৃহ কন্দলৰ সুযোগত মুছলমানে আক্ৰমণ কৰাত এই ৰাজবংশই বেছিদিন শাসন কৰিব নোৱাৰিলে। ১৪৯৮ খ্ৰীষ্টাব্দত নীলাম্বৰৰ মৃত্যুত খেন্‌ বংশৰ অন্ত পৰে।[1]

তথ্য সংগ্ৰহ

  1. কৌশিক বৰুৱা, শান্তনু (২০১৫). অসম ইয়েৰ বুক ২০১৬. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৩২-৩৩. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia