কৰতাল


কৰতাল প্ৰায় ৮ ইঞ্চি দীঘল গুৰি বাঁহ এপাব ফালি চাৰিডোখৰ কৰি তাৰে কৰতাল ভাগৰপৰা দুয়ো মূৰে ক্ৰমে সৰুকৈ চাঁচি লোৱা হয়। দুয়োখন হাতত দুপাতকৈ এই বাঁহ কেইচটাই লৈ কৌশলেৰে কলাপূৰ্ণভাৱে বাঁহ কেইচটাই পৰস্পৰে আঘাত কৰাকৈ হাত দুখন মেলি আৰু জপাই কৰতাল বজাব পাৰি। সাধাৰণতে ভক্তিমূলক গীত পদ, দিহানাম আদিৰ সৈতে কৰতাল সংগত কৰা দোখা যায়।[1]

তথ্য সংগ্ৰহ

  1. ধৰ্মেশ্বৰ বৰুৱা (২০০৫). [অসমৰ বাদ্যযন্ত্ৰ অসমৰ বাদ্যৰ প্ৰস্তুত প্ৰণালী আৰু ব্যৱহাৰ]. বাণী মন্দিৰ. পৃষ্ঠা. ৫০. অসমৰ বাদ্যযন্ত্ৰ. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia