কেলকুলেটৰ


তৰল স্ফটিক পৰ্দাযুক্ত এটা ইলেক্ট্ৰনিক কেলকুলেটৰ।
এটা আধুনিক বৈজ্ঞানিক কেলকুলেটৰ য'ত তৰল স্ফটিক পৰ্দাৰ বিন্দুৰ মেট্ৰিস্ক আছে।

এটা ইলেক্ট্ৰনিক কেলকুলেটৰ হৈছে এটা লৈ ফুৰিব পৰা যন্ত্ৰ যাৰ সহায়ত গণনা কৰিব পাৰি সাধাৰণ পাটীগণিতৰ পাৰা জটিল গণিতলৈকে।

প্ৰথম আৰ্দ্ধপৰিবাহী ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক কেলকুলেটৰ উদ্ভাৱন কৰা হৈছিল ১৯৬০ চনত। পকেটত লৈ ফুৰিব পৰা কেলকুলেটৰ আৰম্ভ হয় ১৯৭০ চনৰ পৰা।

গঠন

বৈজ্ঞানিক কেলকুলেটৰৰ দৃশ্যপট

ইনপুট

ইলেক্ট্ৰনিক কেলকুলেটৰত কী-বৰ্ড থাকে য'ত বিভিন্ন সংখ্যা আৰু গাণিতিক অপাৰেচনৰ বুটাম থাকে। সাধাৰণতে এটা নিৰ্দিষ্ট বুটামৰ দ্বাৰা এক নিৰ্দিষ্ট কাম হে কৰিব পাৰি কিন্তু কিছুমান কেলকুলেটৰত বহুত কাম কৰিব পাৰি এটা বুটামেৰে।

আউটপুট

কেলকুলেটৰত সাধাৰণতে তৰল স্ফটিক পৰ্দাৰ দৃশ্যপট থাকে।

তথ্য সংগ্ৰহ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia