কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয (ইংৰাজী: Kumar Bhaskar Varma Sanskrit and Ancient Studies University, স্থাপিত: ২০১১) অসমৰ নলবাৰীত অৱস্থিত সংস্কৃত শিক্ষা আৰু কামৰূপৰ ইতিহাসৰ লগতে কলা, মানবিকী আৰু পেশাদাৰী শিক্ষাৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয়।[1][2] প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে এই বিশ্ববিদ্যালয়ৰ নামকৰণ কৰা হৈছে। শিক্ষাকুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল -
তদুপৰি বিশ্ববিদ্যালয়খনে শক্তি আৰু তন্ত্ৰ শাস্ত্ৰ, বৌদ্ধ দৰ্শন, প্ৰকৃতি উপাসনা, গান্ধীবাদ আদিৰো শিক্ষা আগবঢ়ায়। তথ্য সংগ্ৰহ
|