অনাদি পাতন

অনাদি পাতন পদবন্ধে ৰচিত শংকৰদেৱ সৃষ্ট এখনি সাহিত্য৷ এই পুথিখন ৰচোঁতাই ভাগৱতৰ তৃতীয় স্কন্ধৰ আলমত ৰচনা কৰিছে৷ পুথিখন ভাগৱতৰ কাহিনীৰ লগতে বামন পুৰাণৰ কথাৰো উল্লেখ আছে৷ লেখকে নিজেই “বামন পুৰাণৰ কিছু মিশ্ৰ দিলোঁ তাত’’ বুলি স্বীকাৰ কৰি গৈছে৷[1]

তথ্য সূত্ৰ

  1. "শংকৰদেৱ". https://as.wikisource.org/wiki/%E0%A6%AA%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A0%E0%A6%BE:%E0%A6%B6%E0%A6%99%E0%A7%8D%E0%A6%95%E0%A7%B0%E0%A6%A6%E0%A7%87%E0%A7%B1.pdf/%E0%A7%A7%E0%A7%A9%E0%A7%A6। আহৰণ কৰা হৈছে: 17 September 2024. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia