|
এইখন এখন ৱিকিপ্ৰকল্প পৃষ্ঠা। ৱিকিপ্ৰকল্প বা ৱিকিপ্ৰজেক্ট হৈছে ৱিকিপিডিয়াৰ উন্নয়নৰ বাবে সমমনোভাবাপন্ন সম্পাদকসকলে মিলি খোলা একোটা সামাজিক গোট; একোটা প্ৰকল্পই কোনো নিৰ্দিষ্ট বিষয় - যেনে চিকিৎসাবিজ্ঞান বা কোনো নিৰ্দিষ্ট কাৰ্য্য, যেনে "পোখালি" বিলাক পৰীক্ষা কৰা -অৰ ওপৰত মনোনিৱেশ কৰে।
ৱিকিপ্ৰকল্প পৃষ্ঠাসমূহ প্ৰবন্ধ লিখাৰ স্থান নহয়, কিন্তু প্ৰবন্ধ লিখাৰ প্ৰবন্ধনত সহায় কৰা পৃষ্ঠা। এই পৃষ্ঠাসমুহে বিভিন্ন প্ৰকাৰে সম্পাদকসকলক সম্পৰ্কিত প্ৰবন্ধসমূহ লিখাত বা কাৰ্য্যসমূহ কৰাত সহায় কৰে।
বৰ্তমান থকা ৱিকিপ্ৰকল্পসমূহৰ তালিকা চাবলৈ ৱিকিপ্ৰকল্প পৃষ্ঠালৈ যাওক। |
প্ৰকল্পৰ উদ্দেশ্য
মূলতঃ Wikipedia:WikiProject Medicine/Translation task forceৰ অংশ হিছাপে এই প্ৰকল্প আৰম্ভ কৰা হৈছে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে চিকিৎসা বিজ্ঞান বা স্বাস্থ্য ৰক্ষাৰ লগত জড়িত প্ৰয়োজনীয় বিষয়সমূহৰ অসমীয়া ভাষাত উচ্চ মানবিশিষ্ট প্ৰবন্ধৰ সৃষ্টি কৰা। যাদৃচ্ছিকভাৱে প্ৰবন্ধ যোগ কৰাৰ সলনি এই প্ৰকল্পই কামটো শৃংখলাবদ্ধ কৰিব। চিকিৎসা বিজ্ঞান বা স্বাস্থ্যৰক্ষাৰ অনলাইন তথ্যৰ বাবে ই এক সুন্দৰ পদক্ষেপ হ'ব আৰু আশা কৰা হৈছে যে এনে প্ৰকল্পৰ ফলত বিশ্বজুৰি স্বাস্থ্যৰ মান উন্নত হোৱাৰ লগতে বহুতৰ প্ৰাণ ৰক্ষাও পৰিব।
আপুনি কেনেকৈ সহায় কৰিব
- তলৰ সদস্য তালিকাত আপোনাৰ নামটো লিখক । কৰ্মপদ্ধতি শিতানত থকা কথাখিনি পঢ়ি ভালদৰে বুজি লওক।
- তলৰ প্ৰবন্ধ তালিকাসমূহৰ পৰা আপোনাৰ পছন্দৰ প্ৰবন্ধ এটা অনুবাদৰ বাবে বাছি লওক আৰু সেইটোত আপোনাৰ ভাল লগা কামখিনি কৰক।
- প্ৰবন্ধটোৰ সংশ্লিষ্ট পথালি শাৰীত আপুনি কৰা কামটোৰ বিপৰীতে নিজৰ নামটো লিখি ৰাখক বা {{done}} সাঁচটো লগাই থওক।
সদস্য
স্বাস্থ্যসেৱাৰ লগত জড়িত সদস্যসকল এই প্ৰকল্পৰ লগত জড়িত হ'লে ভাল। অৱশ্যে তেনে হ'বই লাগিব বুলি ধৰাবন্ধা নিয়ম নাই।
- Gitartha.bordoloi 19:17, 8 ফেব্ৰুৱাৰী 2012 (UTC)
- উদ্দীপতালুকদাৰ 08:54, 9 ফেব্ৰুৱাৰী 2012 (UTC)
- Pradyut jyoti saikia 09:46, 29 ফেব্ৰুৱাৰী 2012 (UTC)
- বিষ্ণু শইকীয়া বাৰ্তা 19:55, 5 মাৰ্চ 2012 (UTC)
কৰ্মপদ্ধতি
- ভাল আৰম্ভণি অনুচ্ছেদ থকা প্ৰবন্ধৰ সৃষ্টি বা ইতিমধ্যে থকা প্ৰবন্ধৰ আৰম্ভণি অনুচ্ছেদৰ বিস্তাৰ
- তথ্যপেৰা (Infobox) সংযোগ
- চিত্ৰ সংযোগ
- শ্ৰেণী সংযোগ
- প্ৰবন্ধটো ৱিকিকৰণ (Wikify) কৰা
- তথ্যসূত্ৰ সংযোগ
- বিভিন্ন অনুচ্ছেদৰ বিস্তাৰ
- বিশেষ দ্ৰষ্টব্য
- প্ৰতিটো প্ৰবন্ধত বিষয়বস্তুৰ এক সম্যক ধাৰণা থকা উচিত। এশাৰী-দুশাৰীৰ প্ৰবন্ধ সমৰ্থন কৰা নহয়।
- এইসমূহৰ প্ৰবন্ধ সম্পূৰ্ণ হোৱাৰ পিছত Wikipedia:WikiProject Medicineত থকা আন প্ৰবন্ধসমূহত মনোনিবেশ কৰা হ'ব।
- নিৰ্বাচিত ভাল প্ৰবন্ধৰ পি.ডি.এফ. সংস্কৰণ তৈয়াৰ কৰাৰ কথা ভবা হৈছে।
প্ৰবন্ধসমূহ
কোনো প্ৰবন্ধৰ এটা নিৰ্দিষ্ট কাম শেষ কৰাৰ পিছত কামটোৰ বিপৰীতে আপোনাৰ নাম লিখক।
পৰিচয়
কৰ্কট ৰোগ
সংক্ৰমণ
ৰাজহুৱা স্বাস্থ্য
মানসিক স্বাস্থ্য
মাতৃ আৰু শিশু স্বাস্থ্য
ক্ৰমিক নং |
ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধ |
অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ |
কাম ১ |
কাম ২ |
কাম ৩ |
কাম ৪ |
কাম ৫ |
কাম ৬ |
কাম ৭
|
৪৬ |
en:Pregnancy |
গৰ্ভধাৰণ |
Task 1 |
Task 2 |
Task 3 |
Task 4 |
Task 5 |
Task 6 |
Task 7
|
৪৭ |
en:Birth control |
জন্ম নিয়ন্ত্ৰণ |
Task 1 |
Task 2 |
Task 3 |
Task 4 |
Task 5 |
Task 6 |
Task 7
|
৪৮ |
en:Vaccine |
ছিটা |
Task 1 |
Task 2 |
Task 3 |
Task 4 |
Task 5 |
Task 6 |
Task 7
|
হৃদৰোগ
মগজু আৰু ইন্দ্ৰিয়
প্ৰতিৰক্ষা আৰু অন্তঃস্ৰাৱী তন্ত্ৰ
আঘাত
ক্ৰমিক নং |
ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধ |
অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ |
কাম ১ |
কাম ২ |
কাম ৩ |
কাম ৪ |
কাম ৫ |
কাম ৬ |
কাম ৭
|
৬৯ |
en:Low back pain |
AS Wiki article |
Task 1 |
Task 2 |
Task 3 |
Task 4 |
Task 5 |
Task 6 |
Task 7
|
৭০ |
en:Bone fracture |
AS Wiki article |
Task 1 |
Task 2 |
Task 3 |
Task 4 |
Task 5 |
Task 6 |
Task 7
|
৭১ |
en:Burn |
AS Wiki article |
Task 1 |
Task 2 |
Task 3 |
Task 4 |
Task 5 |
Task 6 |
Task 7
|
৭২ |
en:Trauma (medicine) |
AS Wiki article |
Task 1 |
Task 2 |
Task 3 |
Task 4 |
Task 5 |
Task 6 |
Task 7
|
৭৩ |
en:Snakebite |
সৰ্পদংশন |
' |
' |
' |
' |
' |
' |
'
|
ঐচ্ছিক বিষয়