অসমীয়া ৱিকিমিডিয়া সমাজ আৰু CIS-A2Kৰ যৌথ উদ্যোগত গুৱাহাটীস্থ বেংক ব্যৱস্থাপনা ভাৰতীয় প্ৰতিষ্ঠান, গুৱাহাটী (IIBM, Guwahati)ত দিনজোৰা কাৰ্যসূচীৰে প্ৰথমখন অসমীয়া ৱিকিসংযোগ সন্মিলন অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ৷ এই সন্মিলনত অসমীয়া ৱিকিমিডিয়া সমাজৰ মেণ্টৰশ্বিপ কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ৰ আনুষ্ঠানিক সামৰণিৰ লগতে অসমীয়া ৱিকিউৎস আৰু অসমীয়া ৱিকিউদ্ধৃতিৰ বৰ্ষপূৰ্তি উদযাপন কৰা হ'ব৷
স্থান
নামদফা পেক্ষাগৃহ, আইআইবিম, খানাপাৰা, জৱাহৰ নগৰ, কামৰূপ (ম)-৭৮১০২২
Namdapha Hall, IIBM, Jawahar Nagar Guwahati, Kamrup(M) Pin-781022 Assam, India
তাৰিখ
৫ জানুৱাৰী, ২০২৫, দেওবাৰ
সমন্বয়ক
মেটা
First Assamese WikiSanjog Conference 2025
- Ishanjyotibora (talk) 17:14, 3 December 2024 (UTC)
- অনামিকা(চুমু) বড়া (talk) 18:04, 4 December 2024 (UTC)
- Manjil Konwar (talk) 18:18, 4 December 2024 (UTC)
- BhuyanBhaskar (talk) 01:21, 5 December 2024 (UTC)
- Aryan (talk) 03:42, 5 December 2024 (UTC)
- Rajdweep nlb (talk) 07:39, 5 December 2024 (UTC)
- Jyoti Chiring (talk) 10:09, 5 December 2024 (UTC)
- দিব্য দত্ত (talk) 07:59, 6 December 2024 (UTC)
- দিম্পল দাস (talk) 08:11, 6 December 2024 (UTC)
- নিপন নিয়ৰ শেনছোৱা (talk) 13:44, 6 December 2024 (UTC)
- কুমুদ ঘোষ (talk) 08:24, 6 December 2024 (UTC)
- Naruna Baruah (talk) 08:37, 6 December 2024 (UTC)
- Aryan (বাৰ্তা) 05:10, 6 January 2025 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
কাৰ্যসূচী
- পুৱা ১০:০০ বজাত- আৰম্ভণি, আঁত ধৰিব প্ৰণামিকা অধিকাৰীয়ে
- ১০-১৫ বজাত : _'অসমীয়া ৱিকিৰ ইতিহাস'_ , চমু বক্তব্য-গীতাৰ্থ বৰদলৈয়ে
- ১০-৩০ বজাত : ' _বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা_ 'ৰ আঁৰৰ কথা আৰু বঁটা প্ৰদান৷ আঁত ধৰিব : নয়ন জ্যোতি নাথে
- বঁটাত থাকিব নগদ ধন হিচাপে ৫০০১ টকা, আগবঢ়াব নয়ন জ্যোতি নাথে
- কিতাপৰ টোপোলা আগবঢ়াব প্ৰিয়াংকুশ ডেকা আৰু অনামিকা বড়াই
- মানপত্ৰ আগবঢ়াব ভাস্কৰ ভূঞাই
- ট্ৰফী আগবঢ়াব দিব্য দত্তই
- ১০-৪৫ বজাত : অৱদানৰ ভিত্তিত মেণ্টিসকলক পদক প্ৰদান:
- সকলো প্ৰকল্পৰ মুঠ সৰ্বাধিক সম্পাদনা
- সৰ্বাধিক নতুন প্ৰবন্ধ সৃষ্টি
- শ্ৰেষ্ঠ প্ৰবন্ধ
- ১১ বজাত : চাহ-বিৰতি
- ১১-১৫ বজাত: আমন্ত্ৰিত অতিথি মেদিনী চুব্বুৰ দ্বাৰা বক্তৃতা/প্ৰেজেণ্টছন (বক্তৃতাৰ বিষয় তেখেতে সুধি নিশ্চিত কৰা হ'ব)
- ১১-৪৫ বজাত : নিৰ্বাচিত মেণ্টিৰ ৱিকিসংযোগৰ অভিজ্ঞতা-বৰ্ণনা (স্বেচ্ছাই প্ৰদান কৰা দুই-তিনি মিনিটৰ ভাষ্য)
- ১২ বজাত : মেণ্টিক শুভেচ্ছাপত্ৰ/মানপত্ৰ আৰু টিচাৰ্ট প্ৰদান৷ শুভেচ্ছাপত্ৰ বিতৰণ কৰিব-সমন্বয়ক দিব্য দত্তই৷ সহযোগ কৰিব সমন্বয়ক -ঈশান জ্যোতি বৰাই
- ১ বজাত : আহাৰ বিৰতি
- ২ বজাৰ পৰা ৪ বজালৈ : হাতে-কামে ৱিকি৷ সহযোগ কৰিব উপস্থিত মেণ্টৰসকলে
- হাতে-কামে ৱিকিৰ কাৰ্যসূচী:
- ক. ৱিকিউৎসত ৩০ পৃষ্ঠামানৰ কিতাপ এখনৰ মুদ্ৰণ সংশোধন, বৈধকৰণ আৰু ট্ৰেন্সক্লুছন৷
- খ. কমন্সত সেইদিনা তোলা কমেও এখনকৈ ফটো আপলোড৷
- গ. ৱিকিউদ্ধৃতিত কমেও ২ টাকৈ উদ্ধৃতি সংযোজন৷
- ঘ. ৱিকিপিডিয়াত কমেও ৫ টাকৈ সম্পাদনা৷
- ঙ. ৱিকিডাটাত কমেও এটাকৈ প্ৰবন্ধ সংযোগ নাইবা এটাকৈ আইটেম সৃষ্টি৷
- ৪ বজাত : চাহ আৰু মুকলি আড্ডা৷
চিত্ৰ সম্ভাৰ