সদস্য বাৰ্তা:Naruna Baruah

AdoroniBot (বাৰ্তা) 13:18, 19 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মৰাণ জনগোষ্ঠী

আপুনি মৰাণ জনগোষ্ঠীত যোগ কৰা তথ্য খিনিৰ বাবে ৱিকিপিডিয়া:উৎসৰ উল্লেখ কৰিব লাগিব। যদি উৎস প্ৰদান নকৰে তেতিয়া তথ্য সমূহ আতৰাই দিয়া যাব। KHI-LAN-TZI 04:46, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উৎস গ্ৰন্থ ' মৰাণ মটক মায়ামৰা' শ্ৰীকুমাৰ দহোটীয়া Naruna Baruah (বাৰ্তা) 05:56, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Naruna Baruah ই স্ব-প্ৰকাশিত আৰু অবিশ্বাস্য যেন লাগিছে। WP:NOTRS আৰু WP:SELFPUBLISH পঢ়ি চাওক। ভাল উৎস (WP:RS) হিচাপে আপুনি ISBN যুক্ত বা Journal দিব পাৰে যি ইন্টাৰনেটত সহজে পোৱা যায়। KHI-LAN-TZI 07:02, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
তেওঁ মৰাণ জনগোষ্ঠীৰ এজন ভাল বুৰঞ্জীবিদ। উজনি অসমৰ সকলোৱে জানে। Naruna Baruah (বাৰ্তা) 08:14, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ISBN (International Standard Book Number) is an international standard first published under the auspices of ISO (the International Organization for Standardization) in 1972.কিন্তু তেখেতৰ কিতাপখন প্ৰকাশ হৈছিল ১৯৮০ চনত । সেই সময়ত অসমত ISBN নাছিলেই। তদুপৰি তেওঁ এজন বিশ্বাসযোগ্য বুৰঞ্জীবিদ। Naruna Baruah (বাৰ্তা) 08:24, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Naruna Baruahক্ষমা কৰিব, ৱিকিপিডিয়াত আমাক প্ৰমাণৰ প্ৰয়োজন, লেখকৰ বিষয়ে মই কোনো অনলাইন তথ্য দেখা নাই। যদি থাকেও খ্যাত আৰু অনলাইন উপলব্ধ আলোচনী বা উদ্ধৃতিবোৰ বেছি পছন্দ কৰা হয়। যদি আপুনি ইচ্ছুক মই আপোনাক কিছুমান মৰাণ জনগোষ্ঠী সম্পৰ্কীয় নিৰ্ভৰযোগ্য উৎসৰ তালিকা দিব পাৰো যাৰ জৰিয়তে আপুনি প্ৰবন্ধটো আৰু অধিক সম্প্ৰসাৰিত কৰিব পাৰে। অসমীয়া ৱিকিপিডিয়া সমাজলৈ স্বাগতম আশাকৰোঁ আপুনি নিৰ্ভৰযোগ্য উৎস বিচাৰিব শিকি অসমীয়া ৱিকিপিডিয়াক সম্প্ৰসাৰিত কৰাত আগ্ৰহী। KHI-LAN-TZI 14:45, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi মহাশয়, অসমীয়া ৱিকিপিডিয়াত সকলো তথ্য বা লেখক সম্পৰ্কেও অনলাইন তথ্য পোৱা নাযায়৷ অনলাইন নহ’লেই নিৰ্ভৰযোগ্য নহ’ব বুলি ভবাৰো থল নাই৷ পৃষ্ঠাটো ভালদৰেই লিখা হৈ আছে৷ সংশোধনৰ আৱশ্যক হ’লে পিছত কৰিব পৰা যাব৷ নিৰ্ভৰযোগ্য তালিকা থাকিলে আপুনি সংযোগ কৰিব পাৰে৷ কোনো বাধা নাই৷ মাত্ৰ থকাখিনি আঁতৰাব লাগিলে অনুগ্ৰহ কৰি এডমিনলৈ অপেক্ষা কৰক৷ Pranamikaadhikary (বাৰ্তা) 14:49, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ধন্যবাদ। চাওক পুৰণি বুৰঞ্জীবিদসকলৰ লিখনিৰ সমল লৈ ইন্টাৰনেট বা journal বিলাকত নতুন বিলাকে লিখে। Naruna Baruah (বাৰ্তা) 00:52, 17 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আইএচবিএন যুক্ত কিতাপ থাকিব লাগিবই বুলি কোনো কথা নাই, ইয়াৰোপৰি ই কিতাপ এখনক কোনোধৰণে বিশেষ কৰি তুলিব নোৱাৰে। পুৰণি কিতাপৰ ক্ষেত্ৰত আইএচবিএন নাই বুলিয়ে যে সেয়া গ্ৰহণ যোগ্য নহয় তেনে কথা নাই, -Nayan j Nath (বাৰ্তা) 14:51, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath WP:AGE MATTERS, লগতে আমি নাজানো উৎস ৱিকিপিডিয়া: SELFPUBLISH নেকি Publisher mention নাই।। WP: PRIMARY নে WP:SECONDARY সেয়াও নাজানো। তেনে ক্ষেত্ৰত ইমানবোৰ উন্নত মানৰ journal books আছে সেয়া বেছি গ্ৰহণযোগ্য। মই কৈছিলো যে --আপুনি ISBN যুক্ত বা Journal দিব পাৰে যি ইন্টাৰনেটত সহজে পোৱা যায় ISBN যুক্ত WP:RS ইণ্টাৰনেটত সহজে পোৱা যায় আইএচবিএন যুক্ত কিতাপ থাকিব লাগিবই বুলি কেতিয়া কলো বাৰু? আৰু যদি ISBN যুক্ত WP:SECONDARY পোৱা যায় তেতিয়া পুৰনি উৎস আঁতৰোৱা যায়। KHI-LAN-TZI 15:08, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@KhiLanTzi আইএচবিএনৰ কথাৰ প্ৰসংগত মই এটা স্পষ্টীকৰণহে দিছোঁ। আপুনি কোৱা বুলিও মই ক'তো উল্লেখ কৰা নাই, -Nayan j Nath (বাৰ্তা) 15:41, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ৱিকিপিডিয়া: SELFPUBLISH বিষয়টো তেতিয়াহে প্ৰযোজ্য হয় যেতিয়া কোনো লেখকৰ কিতাপ বা অন্য সমল প্ৰকাশকজনৰ বিষয়ে লিখা ৱিকিপিডিয়াৰ প্ৰবন্ধত নাইবা তেওঁ নিজে সৃষ্টি কৰা কোনো প্ৰবন্ধত তথ্যউৎস হিচাপে সংযোগ কৰে। অৰ্থাৎ শ্ৰীকুমাৰ দহোটীয়াই যদি প্ৰবন্ধটোত তেওঁৰ কিতাপৰ তথ্যসূত্ৰ দিয়ে তেতিয়াহে বিষয়টো ৱিকিপিডিয়া: SELFPUBLISHৰ আওতালৈ আহিব। ইয়াত সদস্য:Naruna Baruah আৰু শ্ৰীকুমাৰ দহোটীয়া একেজন ব্যক্তি নহয় আৰু প্ৰবন্ধটোৰ বিষয়বস্তুও শ্ৰীকুমাৰ দহোটীয়া নহয়। দিব্য দত্ত (বাৰ্তা) 16:13, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত এইয়া মোৰ মতে আপোনাৰ ভুল ধাৰণা স্ব-প্ৰকাশিত উৎস কেৱল জীৱিত ব্যক্তিৰ জীৱনী প্ৰবন্ধত সীমিত হয় বুলি তাত লিখা নাই। উদাহৰণ: en:Wikipedia:Reliable sources/Noticeboardত বহুতো স্ব-প্ৰকাশিত উৎস অজীৱনীমূলক প্ৰবন্ধত নাকচ কৰা হয়। তদুপৰি আমাৰ ওচৰত উৎসটো নিৰ্ভৰযোগ্য হোৱাত বাধা দিয়া আন নিৰ্দেশনা WP:AGE MATTERS আছে। উদাহৰণ: ম্যানমাৰৰ হুকং উপত্যকাৰ মেংকং (মাইংখ'ঙ) পৰা প্ৰব্ৰজন কৰিছিল এই বিষয়ে Endly ডাঙৰীয়াই 1975 চনত প্ৰকাশিত উৎসত লিখিছিল বুলি ডেকা ডাঙৰীয়ানিয়ে লিখিছে আৰু তাৰে ওপৰত ভিত্তি কৰি 2015 চনত ডেকা ডাঙৰীয়ানীৰ লেখা The International Journal of Humanities & Social Studiesত প্ৰকাশ পাইছিল। এনেধৰণৰ secondary reputable উৎস থাকিলে সম্পাদক সকলে কম নিৰ্ভৰযোগ্য উৎস আঁতৰাই নতুন উৎসক প্ৰাধান্য দিয়ে। মই সেয়ে আলোচনা পৃষ্ঠাত নতুন ভাল উৎস দিবৰ বাবে বাৰ্তা দিছিলোঁ। আৰু ইয়াক ৱিকিপিডিয়াই সম্পুৰ্ণ সমৰ্থন কৰে।KHI-LAN-TZI
স্ব-প্ৰকাশিত উৎস মানে আপুনি কি বুজিছে? প্ৰকাশকজন কোন? মোৰ মতে ৱিকিপিডিয়াত সম্পাদনা কৰা ব্যক্তিজন আৰু কিতাপৰ লেখকজন একেজন ব্যক্তি হ’লেহে স্ব-প্ৰকাশিত বুলি ক’ব পাৰি। আপোনাৰ ধাৰণা ক’ব চোন। মই ইয়াত কেৱল জীৱনী বুলি কোৱা নাই। ১) কিতাপ লিখাজনৰ জীৱনী আৰু ২) কিতাপ লিখাজনে ৱিকিপিডিয়াত সম্পাদনা কৰা অন্য যিকোনো প্ৰবন্ধ, এই দুই ঠাইত নিজে লিখা কিতাপৰ সূত্ৰ দিব নোৱাৰে। আপুনি লিখা কিতাপৰ সূত্ৰ মই দিব পাৰিম। আপুনি নিজে দিলেহে তাক স্ব-প্ৰকাশিত বুলি ক’ব।দিব্য দত্ত (বাৰ্তা) 21:25, 16 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত আপুনি WP:SELFSOURCE কথা কৈছে। en:WP:SELFPUBLISH অনুসৰি Anyone can create a personal web page or publish their own book and claim to be an expert in a certain field. For that reason, self-published sources are largely not acceptable. অসমীয়া ভাঙনি যিকোনো ব্যক্তিয়ে ব্যক্তিগত ৱেব পেজ তৈয়াৰ কৰিব পাৰে বা নিজাকৈ কিতাপ প্ৰকাশ কৰিব পাৰে আৰু নিজকে এটা নিৰ্দিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞ বুলি দাবী কৰিব পাৰে। সেই কাৰণেই স্ব-প্ৰকাশিত উৎসসমূহ বহুলাংশে গ্ৰহণযোগ্য নহয়। মই কৈছিলো লগতে আমি নাজানো উৎস ৱিকিপিডিয়া: SELFPUBLISH নেকি Publisher mention নাই।। যেতিয়ালৈকে প্ৰকাশকৰ তথ্য দিয়া নাযায় WP: SELFPUBLISHৰ সম্ভাৱনা থাকে। Self published ৰ উদাহৰণ এই পৃষ্ঠাত চাওক। মইও কাইলৈ কোনো প্ৰেছত গৈ নিজা কিতাপ ছপা কৰি আনিব পাৰোঁ কিন্তু মই কোনো International Journal ত গৈ নিজা লেখা দিব নোৱাৰিম কাৰণ মোৰ যোগ্যতা নাই। ইয়াত প্ৰকাশক চোৱা হয়। KHI-LAN-TZI 02:36, 17 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
বাৰু, WP:SELFSOURCE আৰু WP:SELFPUBLISH ৰ মাজত মোৰ খেলিমেলি অলপ হৈছে চাগে, ভালকৈ পৃষ্ঠা দুটা পঢ়িব লাগিব। আপোনাক জনাও যে শ্ৰীকুমাৰ দহোটিয়াৰ কিতাপে কিন্তু International Journal ত ৰেফাৰেন্স হিচাপে স্থান পাইছে। এই লিংকত চাব পাৰিব। দিব্য দত্ত (বাৰ্তা) 02:51, 17 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত হয় মই সেই ৰেফাৰেন্সটো ইতিমধ্যে যোগ কৰিছোঁ। তথাপি আমি Deka 2015 ব্যৱহাৰ কৰিব লাগিব কাৰণ ই এটা গৌণ উৎস (en:WP:SECONDARY) আৰু Dohotia হয়টো এটা প্ৰাথমিক উৎস (en:WP:PRIMARY)! প্ৰাথমিক উৎসত কিবা ত্ৰুটি থাকিলেও গৌণ উৎসত শুধৰাই দিয়া যায়! যদি গৌণ উৎসসমূহ উপলব্ধ প্ৰাথমিক উৎসসমূৰ ওপৰত নিৰ্ভৰ কৰা নাযায়। Predatory journals ব্যৱহাৰ নকৰাৰ দৰে আৰু বহু নিয়ম আছে। এই নিয়মসমূহে নিশ্চিত কৰে যে উৎসসমূহ ভাল প্ৰকাশকে ভাল লেখকৰ দ্বাৰা প্ৰকাশ কৰে। KHI-LAN-TZI 03:35, 17 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰতিভাবান নবাগত লেখক পদক

প্ৰতিভাবান নবাগত লেখক পদক
একাধিক নতুন প্ৰবন্ধ সৃষ্টি তথা অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়ালৈ আপুনি যি অৱদান আগবঢ়াইছে, তাৰ স্বীকৃতি স্বৰূপে আপোনালৈ এই সামান্য পদক আগবঢ়োৱা হ'ল। আশা কৰোঁ, অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰিবলৈ আপুনি নিৰন্তৰ সেৱা আগবঢ়াই যাব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিপিডিয়া সমাজ

-Joli Rumi (বাৰ্তা) 12:10, 19 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ জনাইছোঁ মোৰ এই প্ৰাপ্তিক Naruna Baruah (বাৰ্তা) 13:08, 19 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

জীৱনীকাৰ পদক

জীৱনীকাৰ পদক
অসমীয়া ৱিকিপিডিয়াত বিশিষ্ট ব্যক্তিৰ জীৱনীমূলক প্ৰৱন্ধৰে বৰঙণি আগবঢ়োৱা বাবে কৃতজ্ঞতাস্বৰূপে এই পদক প্ৰদান কৰিলোঁ৷ আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে— অসমীয়া ৱিকিমিডিয়া সমাজ

দিব্য দত্ত (বাৰ্তা) 19:10, 30 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ Naruna Baruah (বাৰ্তা) 02:20, 31 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপিডিয়া এছিয়ান মাহ ২০২৪ - তৃতীয় স্থান

শ্ৰদ্ধাৰ ৱিকিসতীৰ্থ,

অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকিপিডিয়া এছিয়ান মাহ ২০২৪ শীৰ্ষক সম্পাদনা মেলাত অংশগ্ৰহণ কৰি ভালেমান প্ৰবন্ধ সৃষ্টিৰে আপুনি তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আপোনাৰ এই অৱদানে প্ৰতিযোগিতাখনিক এক দূৰন্ত গতি প্ৰদান কৰিছে। আপোনাৰ এই বহুমূলীয়া অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। আপোনাক এই পদক আগবঢ়াবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদেৰে,
অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ,
ৰুমি বৰা
প্ৰাণজ্যোতি নাথ
চাণক্য কুমাৰ দাস

চাণক্য (বাৰ্তা) 02:59, 16 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ Naruna Baruah (বাৰ্তা) 05:07, 16 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Invitation to Participate in the Wikimedia SAARC Conference Community Engagement Survey

Dear Community Members,

I hope this message finds you well. Please excuse the use of English; we encourage translations into your local languages to ensure inclusivity.

We are conducting a Community Engagement Survey to assess the sentiments, needs, and interests of South Asian Wikimedia communities in organizing the inaugural Wikimedia SAARC Regional Conference, proposed to be held in Kathmandu, Nepal.

This initiative aims to bring together participants from eight nations to collaborate towards shared goals. Your insights will play a vital role in shaping the event's focus, identifying priorities, and guiding the strategic planning for this landmark conference.

Survey Link: https://forms.gle/en8qSuCvaSxQVD7K6

We kindly request you to dedicate a few moments to complete the survey. Your feedback will significantly contribute to ensuring this conference addresses the community's needs and aspirations.

Deadline to Submit the Survey: 20 January 2025

Your participation is crucial in shaping the future of the Wikimedia SAARC community and fostering regional collaboration. Thank you for your time and valuable input.

Warm regards,
Biplab Anand