ৰূপ, 47Ag ইলেক্ট্ৰলাইছিছ প্ৰক্ৰিয়াৰে শোধন কৰা ৰূপ |
সাধাৰণ ধৰ্মসমূহ |
---|
নাম, সংকেত |
ৰূপ, Ag |
---|
Appearance |
লাষ্ট্ৰোয়াছ বগা ধাতু |
---|
উচ্চাৰণ |
/ˈrup/ |
---|
পৰ্যাবৃত্ত তালিকাত ৰূপ |
---|
.
|
আনৱিক সংখ্যা (Z) |
৪৭ |
---|
গ্ৰুপ, ব্লক |
১১, d-ব্লক |
---|
পৰ্যায় |
period 5 |
---|
মান আনৱিক ভৰ (±) (Ar) |
107.8682(2)[1] |
---|
ইলেক্ট্ৰনৰ বিন্যাস |
[Kr] ৪d১০ ৫s১ |
---|
প্ৰতি কক্ষত |
২, ৮, ১৮, ১৮, ১ |
---|
ভৌতিক ধৰ্মসমূহ |
---|
দশা |
কঠিন |
---|
গলনাংক |
1234.93 কে (961.78 °ছে, 1763.2 °ফা) |
---|
উতলাংক |
2435 কে (2162 °ছে, 3924 °ফা) |
---|
ঘনত্ব কক্ষ তাপমানৰ ওচৰত |
10.49 g/cm3 |
---|
জলীয় অৱস্থাত, m.p.ত |
9.320 g/cm3 |
---|
Heat of fusion |
11.28 kJ/mol |
---|
মৌলৰ তাপ |
254 কি.জুল/ম'ল |
---|
Molar heat capacity |
25.350 J/(mol·K) |
---|
বাস্পীয় চাপ
P (Pa)
|
1
|
10
|
100
|
1 k
|
10 k
|
100 k
|
at T (K)
|
1283
|
1413
|
1575
|
1782
|
2055
|
2433
| |
আনৱিক ধৰ্মসমূহ |
---|
জাৰণ অৱস্থা |
−২, −১, ১, ২, ৩, ৪ (an amphoteric oxide) |
---|
বিদ্যুৎঋণাত্মকতা |
Pauling scale: 1.93 |
---|
আয়নিভৱন শক্তি |
1st: 731.0 kJ/mol 2nd: 2070 kJ/mol 3rd: 3361 kJ/mol |
---|
Atomic radius |
empirical: 144 pm |
---|
Covalent radius |
145±5 pm |
---|
Van der Waals radius |
172 pm |
ৰূপ (ইংৰাজী: Silver) হৈছে এবিধ মৌলিক পদাৰ্থ। ইয়াৰ পাৰমাণবিক সংখ্যা - ৪৭।
নামকৰণ
এছিৰীয় শব্দ "serpu" নাইবা গথজাতিৰ ভাষাৰ "silbur" পৰা চিলভাৰ শব্দটো আহিছে যি ৰূপৰ ইংৰাজী প্ৰতিশব্দ। ৰূপৰ বৈজ্ঞানিক নাম আৰ্জেণ্টাম (argentum) শব্দটো লেটিন ভাষাৰ যিটো সম্ভৱতঃ সংস্কৃত শব্দ আৰ্জেণ্টাৰ পৰা আহিছে। সংস্কৃত ভাষাৰ আৰ্জেণ্টা শব্দৰ অৰ্থ "পোহৰৰ দৰে উজ্জ্বল"।
আবিষ্কাৰ
মূল্যমান
২০১২ চনৰ ১ আগষ্টত বজাৰ দৰ অনুযায়ী প্ৰতি ট্ৰয় আউন্স সমপৰিমাণৰ ৰূপৰ দাম আছিল $২৭.৫০ আমেৰিকান ডলাৰ। সোণৰ দামৰ লগত ৰূপৰ দামৰ অনুপাত আছিল ১:৫৮।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ