৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 39, চমুকৈ NH 39) অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত আৰম্ভ হৈছে। তাৰ পৰা এই পথটো ভাৰত-ম্যানমাৰ সীমান্তত শেষ হৈছে। এই পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৪৩৬ কিঃমিঃ (২৭১ মাইল)। ইয়াৰ ভিতৰত অসমত ১১৫ কিঃমিঃ (২১ মাইল), নাগালেণ্ডত ১০০ কিঃমিঃ (৬২ মাইল) আৰু মণিপুৰত ২১১ কিঃমিঃ (১৩১ কিঃমিঃ) আছে। [1] সংযোজিত ঠাইসমূহ
লগতে চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|