হৰলটাৰী
হৰলটাৰী গাঁও ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সোণাময়ী গাওঁ পঞ্চায়তৰ অন্তৰ্গত। ই সাপটগ্ৰাম চহৰৰ পৰা ৬ কিল'মিটাৰ আৰু বিলাসীপাৰা চহৰৰ পৰা প্ৰায় ১৫ কিল'মিটাৰ দূৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱৰ স্থান ক'ড ২৮১১৮৫। হৰলটাৰী গাঁৱত এটা ডাকঘৰ আছে। ইয়াৰ পিন ক'ড ৭৮৩৩৩৭। [2] মাটিকালিগাঁওখনৰ মুঠ ভৌগোলিক আয়তন ৯০.৯৬ হেক্টৰ। [3] জনসংখ্যা২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱত প্ৰায় ১২৩ টা ঘৰ আছে আৰু ইয়াৰ মুঠ জনসংখ্যা ৫০৮ জন, তাৰে ভিতৰত পুৰুষ জনসংখ্যা ২৫০ জন আৰু মহিলা জনসংখ্যা ২৫৮ জনী। এই গাঁৱৰ সাক্ষৰতাৰ হাৰ ৬৯.৬৯%। ইয়াৰে ৭৪.৮০% পুৰুষ আৰু ৬৪.৭৩% মহিলা। [4] অৱশ্যে বৰ্তমান সময়ত জনসংখ্যা প্ৰায় দুহেজাৰ হ'ব। ধৰ্মৰ দিশৰ পৰা চাবলৈ গ'লে এই গাঁৱৰ সকলো মানুহেই হিন্দু ধৰ্মাৱলম্বী। চাৰিসীমা
শিক্ষানুষ্ঠান
ধৰ্মীয় অনুষ্ঠান
উৎসৱ-পাৰ্বণ
তথ্যসূত্ৰ
|