মিডিয়াৱিকি

মিডিয়াৱিকি

আনুষ্ঠানিক ল'গ' আৰু মূলমন্ত্ৰ
মূল উদ্ভাৱক Magnus Manske, Lee Daniel Crocker
বিকাশক ৱিকিমিডিয়া প্ৰতিষ্ঠান আৰু মিডিয়াৱিকি স্বেচ্ছাসেৱক
প্ৰথম মুক্তি ২৫ জানুৱাৰী ২০০২; ২২ বছৰ আগত (2002-01-25)
লিখা হৈছে PHP
অপাৰেটিং চিষ্টেম Windows, OS X, Linux, FreeBSD, Solaris, NetWare
আকাৰ ~২২.৯ MB
উপলব্ধ হয় ২৪০[1] টা ভাষা
প্ৰকাৰ ৱিকি
অনুজ্ঞাপত্ৰ GPLv2+[2]
ৱেবছাইট mediawiki.org

মিডিয়াৱিকি হৈছে এক মুক্তউৎসৰ ৱিকি ছফ্টৱেৰ পেকেজ, ইয়াক মূলতঃ ৱিকিকিপিডিয়াত ব্যৱহাৰ কৰা, পিএইচপি প্ৰ'গ্ৰামিং ভাষাত লিখা হ​য়। বৰ্তমান এই ছফ্টৱেৰটোৱে অব্যৱসায়িক প্ৰতিষ্ঠান, ৱিকিমিডিয়া প্ৰতিষ্ঠানৰ বিভিন্ন পৰিসেৱা আৰু প্ৰকল্পৰ কৃতকৰ্মকো সামৰি লয়; আনকি এই ৱেবছাইট অৰ্থাৎ অসমীয়া ৱিকিপিডিয়ায়েও এই ছফ্টৱেৰৰ জৰিয়তেই কাম কৰে।

তথ্য সংগ্ৰহ