দেৱদাস শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- দেৱদাস, শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ এখন বঙালী উপন্যাস, প্ৰথমবাৰৰ বাবে ১৯১৭ চনত প্ৰকাশিত আৰু বহুবাৰ চলচ্চিত্ৰ হিচাপে অভিযোজিত।
- দেৱদাস (১৯২৮ চলচ্চিত্ৰ), উপন্যাসখনৰ নিৰ্বাক চলচ্চিত্ৰ অভিযোজন। নৰেশ মিত্ৰৰ দ্বাৰা পৰিচালিত।
- দেৱদাস (১৯৩৫ চলচ্চিত্ৰ), প্ৰমথেশ বৰুৱাৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ বঙালী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (১৯৩৬ চলচ্চিত্ৰ), প্ৰমথেশ বৰুৱাৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ হিন্দী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (১৯৩৭ চলচ্চিত্ৰ), প্ৰমথেশ বৰুৱাৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ অসমীয়া চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (১৯৫৫ চলচ্চিত্ৰ), বিমল ৰয়ৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ হিন্দী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (১৯৬৫ চলচ্চিত্ৰ), উৰ্দু চলচ্চিত্ৰ।
- দেৱদাস (১৯৭৯ চলচ্চিত্ৰ), দিলীপ ৰয়ৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ বঙালী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (১৯৮২ চলচ্চিত্ৰ), কাজী নজৰুল ইছলামৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ বঙালী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (২০০২ চনৰ হিন্দী চলচ্চিত্ৰ), সঞ্জয় লীলা ভণশালীৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ হিন্দী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (২০০২ বঙালী চলচ্চিত্ৰ), শক্তি সামন্তৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ বঙালী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (২০১৩ চলচ্চিত্ৰ), কাজী নজৰুল ইছলামৰ দ্বাৰা পৰিচালিত উপন্যাসখনৰ বঙালী চলচ্চিত্ৰ অভিযোজন।
- দেৱদাস (২০১৮ চলচ্চিত্ৰ), শ্ৰীৰাম আদিত্যৰ দ্বাৰা পৰিচালিত এখন তেলুগু ভাষাৰ চলচ্চিত্ৰ।
ব্যক্তি
লগতে চাওক
- দেৱ.ডি, ২০০৯ চনত অভয় দেউল, মাহী গিল আৰু কাল্কী কেকলাঁ অভিনীত পৰিচালক অনুৰাগ কাশ্যপৰ উপন্যাসখনৰ ওপৰত আধাৰিত আধুনিকোত্তৰ চলচ্চিত্ৰ অভিযোজন