টীয়ক
টীয়ক অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ঠাই। ই যোৰহাট নগৰৰ পৰা প্ৰায় ২৫ কি:মি: দূৰত অৱস্থিত। ভৌগোলিক বিৱৰণভৌগোলিকভাৱে টীয়ক 26°30′N 94°15′E / 26.50°N 94.25°E ত অৱস্থিত।[1][2] যাতায়তৰাষ্ট্ৰীয় ঘাইপথ ৩৭এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰটো হৈছে টীয়কৰ নিকটবৰ্ত্তী বিমানবন্দৰ। শিক্ষাটীয়কৰ প্ৰধান শিক্ষানুষ্ঠান সমূহ হৈছে- বিদ্যালয়
মহাবিদ্যালয়
ৰাজনীতিটীয়ক ১০২ নং টীয়ক বিধান সভা সমষ্টি আৰু যোৰহাট (লোকসভা সমষ্টি) ৰ অন্তৰ্গত। তথ্য সংগ্ৰহ |