গংগাঋদ্ধিগংগাঋদ্ধি বা গাংগাৰিডাই (সাঁচ:Lang-gr; Latin: Gangaridae) প্ৰাচীন গ্ৰীক আৰু ৰোমান লেখকসকলৰ দ্বাৰা ব্যৱহৃত এটি শব্দ যি ভাৰত উপমহাদেশৰ এটি অঞ্চলক আৰু সেই অঞ্চলৰ লোকসকলক সূচায়।[1][2] সাম্ভাৱ্য স্থলআধুনিক পণ্ডিতে মত দিছে যে এই শব্দই গংগা নদীৰ ব-দ্বীপ সূচায়, যি বংগ অঞ্চলত স্থিত, যদিও আন মতো কোনো কোনোৱে পোষণ কৰে। গংগাঋদ্ধিৰ ৰাজধানী আছিল, টলেমিৰ মতে, গংগে বা গংগেছ। এই গংগে সম্ভৱতঃ চন্দ্ৰকেতুগঢ় বা ৱাৰি-বটেশ্বৰ।[3] তথ্য সংগ্ৰহ
|