৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 51, চমুকৈ NH 51) হৈছে অসম আৰু মেঘালয়ৰ মাজত বিস্তৃত হৈ থকা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ পাইকানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফাটি ওলাইছে। এই ঘাইপথটো মেঘালয়ৰ দালুত গৈ শেষ হৈছে। এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ১৪৯ কিঃমিঃ (৯৩ মাইল)। ইয়াৰে ২২ কিঃমিঃ (১৪ মাইল) অসমত আৰু ১২৭ কিঃমিঃ (৭৯ মাইল) মেঘালয়ত আছে।[1] সংযোজিত স্থানসমূহলগতে চাওকতথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|